কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰসনাrasanāNoun
জিভা
the tongue
- ৰসনেন্দ্ৰিয়ro.xe.nen.dri.yoMaterial Noun
মুখৰ ভিতৰত থকা কোমল মাংপেশীৰে গঠিত এক অঙ্গ, যি খাদ্যবস্তু চোবোৱা আৰু গিলাত সহায় কৰে৷ ই স্বাদৰ প্ৰধান অঙ্গ৷
A large cluster of skeletal muscles on the floor of the mouth that manipulates food for chewing and swallowing. It is the primary organ of taste.
- ৰসপূৰ্ণrox.pur.noProper Adj.
ৰসেৰে ভৰা; বহুতো ৰস থকা।
Something that is full of juice.
- ৰসবতীrasabatīAdjective
ৰস থকা; ৰসাল; যেনে-"ৰসবতী হইবৈ ফল গন্ধবতী পুষ্প" (বিৰাট-পৰ্ব্ব)
juicy
- ৰসবাতro.xo.batAbstract Noun
শৰীৰৰ, বিশেষকৈ ভৰিৰ সৰু-গাঁথি ফুলা আৰু বিষোৱা এক ৰোগ
a painful swelling of the joints, especially the big toe
- ৰসবিদ্যাrox.bi.dyaAbstract Noun
পৌৰাণিক ৰসায়নবিদ যি সকলে সকলো ধাতুক সোণলৈ ৰূপান্তৰ কৰিবলৈ বিছাৰিছিল আৰু জীৱন ৰস তৈয়াৰ কৰি অমৰত্ব পাবলৈ বিছাৰিছিল৷
An influential philosophical tradition whose practitioners have, from antiquity, claimed it to be the precursor to profound powers. The defining objectives of alchemy are varied but historically have typically included one or more of the following goals: the creation of the fabled philosopher`s stone; the ability to transmute base metals into the noble metals (gold or silver); and development of an elixir of life, which would confer youth and longevity.
- ৰসবোধrox.bo’dhAbstract Noun
বুদ্ধিদ্বীপ্ত আৰু ৰসালকৈ বৰ্ণনা কৰিব পৰা প্ৰতিভা; কোনো কামৰ ভাল-বেয়া বিচাৰ কৰিব পৰা শক্তি
the ability to describe things in a clever and amusing way; the intelligence to know what is the right thing to do.
- ৰসময়rasamaẏaAdjective
ৰসাল; তৱপ্তিকৰ; ৰসযুক্ত
pleasant; blissful
- ৰসযুক্তProper Adj.
ৰসেৰে ভৰা; বহুতো ৰস থকা।
Something that is full of juice.
- ৰসসিক্তProper Adj.
ৰসেৰে ভৰা; বহুতো ৰস থকা।
Something that is full of juice.
- ৰসস্ফীতি চাপNoun
ৰসস্ফীতি চাপ
ৰসস্ফীতি চাপ
- ৰসহীনrox.hinProper Adj.
কোনো আগ্ৰহ বা কৌতূহল জন্মাব নোৱাৰা।
arousing no interest, curosity.
- ৰসাro.xaMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- ৰসাকৰ্ষণro.xa.kor.xonAbstract Noun
প্ৰায় সৰন্ধ্ৰ পৰ্দা এখনৰ মাজেৰে পদাৰ্থৰ বাচনিক সঞ্চাৰণ হোৱা প্ৰক্ৰিয়াকে ৰসাক্ৰষণ বোলা হয়৷
a process by which molecules of a solvent tend to pass through a semipermeable membrane from a less concentrated solution into a more concentrated one.
- ৰসাকৰ্ষীয় চাপro.xa.kor.xi.yo sapAbstract Noun
যি চাপে ৰসাকৰ্ষণ প্ৰক্ৰিয়া ঘটায়৷ প্ৰায় সৰন্ধ্ৰ পৰ্দা এখনৰ মাজেৰে পদাৰ্থৰ বাচনিক সঞ্চাৰণ হোৱা প্ৰক্ৰিয়াকে ৰসাকৰ্ষণ বোলা হয়৷
Pressure that is responsible for osmosis process.
- ৰসাতলrasātalaNoun
সাত পাতালৰ নিচেই তলৰ খলপা
the lowest of the nether region
- ৰসাতললৈ যাrasātalalai, yāIntransitive verb
অধঃপতন হ; ধ্বংস হ
to be ruined; to be damned; to go to hell
- ৰসাত্মকProper Adj.
ৰসেৰে ভৰা; বহুতো ৰস থকা।
Something that is full of juice.
- ৰসালrasāla
ৰস বিণ. ৰস থকা
juicy
- ৰসালিro.xa.liProper Adj.
পোৱালী জন্ম দিব পৰা বা ঘাহ-বন গজিব পৰা৷
capable of producing offspring or growing or developing, not dry.