← ফুৰি যাওক

ৰসাল

rasāla

অৰ্থ

1.

ৰস বিণ. ৰস থকা

juicy

2.

সাৰুবা; শস্য হোবা (মাটি)

fertile

3.

সোবাদ থকা (কবিতা)

pleasing

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰসাল · অসমীয়া অভিধান