কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘উ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- উত্থিতutthitaAdjective
উঠা; দাং খোবা; থিয় হোবা
risen
- উত্থিতিut.thi.tiAbstract Noun
কোনো বস্তুৰ পৰ্য্যায়ক্ৰমে হোৱা বৃদ্ধিৰ প্ৰক্ৰিয়া
a process in which something passes by degrees to a different stage usually for better
- উত্নিয়াutniẏāNoun
তুচ্ছজ্ঞান; অবহেলা; হেয়জ্ঞান
disregard
- উত্পলut.polCommon Noun
পানীত ফুলা এবিধ ফুল৷
A kind of plant that grows in water belonging to representative genus Nymphaea. Bears flower that resembles lotus, however, botanically water lily and lotus are different. In many asian countries the words water lily and lotus are used, interchangeably.
- উত্পাদন কৰ্ut.pa.don korVerb-Trans.
নতুনকৈ হোৱা কৰ্
To bring into being; give rise to
- উত্পীড়কut.pi.rokCommon Noun
আনক যাতনা বা শাৰীৰিক,মানসিক কষ্ট দিয়া লোক
a person who causes sombebody to suffer, he who torments
- উত্পৰিবৰ্তনut.po’’.ri.bor.tonAbstract Noun
a sudden departure from the parent type in one or more heritable characteristics, caused by a change in a gene or a chromosome
- উত্যক্তu.tyok.toProper Adj.
খং বা বিৰক্ত কৰি দিয়া৷
aroused to impatience or anger by troublesome, often repeated acts
- উত্স্বৰ্গut.sor.goAbstract Noun
the offering of animal, plant, or human life or of some material possession to a deity, as in propitiation or homage.
- উত্ৰাবলutrābalaAdjective
অথিৰ; চঞ্চল; পাতল
unsteady; restless
- উত্ৰায়ণutrāẏaṇaNoun
উত্তৰায়ণ; যেনে-"গোটেক দক্ষিণ জানা আৰু উত্ৰায়ণ" (মিশ্ৰ-গীতা)।
- উত্ৰাৱলut.ra.wolProper Adj.
আবেগ নিয়ন্ত্ৰণ কৰিব নোৱাৰা অৱস্থা৷
unable to be stationary and focused as very lively and energetic
- উত্ৰীut.riMaterial Noun
গা বা বিচনা ঢকা কাপোৰ, যেনে এড়ী চাদৰ, বিচনা চাদৰ
Sheet of cloth, used for covering something, typically upper part of body or bed
- উত্কটut.kotProper Adj.
ভয়, ত্ৰাস বা আতঙ্কৰ সৃষ্টি কৰিব পৰা
able to cause fear or dread or terror
- উত্কণ্ঠাut.kon.thaAbstract Noun
অধৈৰ্য বা অস্থিৰ অৱস্থা ৷
The quality or condition of being impatient.
- উত্পাতut.patAbstract Noun
যেতিয়া মানুহক অন্যায় আৰু নিষ্ঠুৰভাৱে শাসন কৰা হয়, সুযোগ আৰু স্বাধীনতাৰ পৰা বঞ্চিত কৰা হয় আৰু অন্যায্য নীতি-নিয়ম মানিবলৈ বাধ্য কৰা হয় ৷
when people are governed in an unfair and cruel way, prevented from having opportunities and freedom and subjected to unfair rules.
- উত্পাদকut.pa.dokCommon Noun
কোনো পণ্যদ্ৰব্য উৎপাদন কৰা ব্যক্তি, দল বা কোম্পানী।
a person, group, or company that owns or runs a manufacturing plant or makes a certain product.
- উত্ফুল্লut.phul.loProper Adj.
আনন্দ, সন্তুষ্টি বা আমোদ প্ৰকাশ কৰা, উপভোগ কৰা অথবা দেখুওৱা
Enjoying, showing, or marked by pleasure, satisfaction, or joy
- উতৰutaraIntransitive verb
পাৰ হ; উপস্হিত হ
to reach; to arrive at
- উতৰা-উতৰিNoun
বাদ- বিতণ্ডা; তৰ্ক-বিতৰ্ক; বাদানুবাদ; খকা-খুন্দা
altercation; dispute