উত্ৰাবল
utrābala
অৰ্থ
1.
অথিৰ; চঞ্চল; পাতল
unsteady; restless
বিণ.
2.
দমিব নোবৰা; ডেও-পৰা
uncontrollable
বিণ.
3.
উত্কণ্ঠিত; বৰ ব্যগ্ৰ
very eager
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
utrābala
অথিৰ; চঞ্চল; পাতল
unsteady; restless
বিণ.
দমিব নোবৰা; ডেও-পৰা
uncontrollable
বিণ.
উত্কণ্ঠিত; বৰ ব্যগ্ৰ
very eager
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ