কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছেদিতব্যcheditabyaAdjective
ছেদনীয়।
- ছেদেল-ভেলীয়াchedela-bhelīẏāAdjective
ছেৰেলি-বেৰেলি।
- ছেদেলি-ভেদেলিchedeli-bhedeliAdjective
ছেৰেলি-বেৰেলি।
- ছেদেলি-ভেদেলি কৰVerb-Trans.
বিভিন্ন দিশলৈ গতি কৰা বা পঠোৱা
to go or to be sent in different directions
- ছেদেলি-ভেদেলি কৰ্Verb-Trans.
to spread all around randomly
- ছেদেলিভেদেলিse.de.li.bhe.de.liProper Adj.
কোনো পৰিকল্পনা নোহোৱা, চাৰিওফালে অ’ত-ত’ত পৰি থকা
with no particular order or plan; not organized well
- ছেদ্chedTransitive verb
ছে, দুই বা অধিক খণ্ড কৰ্; কাট্ ডোখৰ ডোখৰ কৰ্
to cut asunder; to severe
- ছেদ্যchedyaAdjective
ছেদনীয়।
- ছেনাchenāNoun
সোণ, ৰূপ, লো আদি কটা সৰু বটালিৰ নিচিনি এবিধ অস্ত্ৰ
a chisel used for cutting metals; a cold- set
- ছেফ্ৰ’লNoun
ছেফ্ৰ’ল
ছেফ্ৰ’ল
- ছেবchebaNoun
ছেও; খণ্ড; অংশ
a piece; a part; a division
- ছেবণ্টীয়াchebaṇṭīẏāNoun
শিশু; অনাথ শিশু
orphan
- ছেবাইchebāiNoun; Indeclinable
ব্যতীত; বাহিৰে; যেনে -"তেওঁত চেবাই কোনেও এই কাম কৰিবলৈ সাহ নকৰে"
except
- ছেমাহিchemāhiNoun
তিনি মাহৰ অন্তত কৰা হিছাপ; তিনিমহীয়া হিছাপ
a quarterly account
- ছেমাহীse.ma.hiProper Adj.
প্ৰতি তিনিমাহৰ মূৰে-মূৰে হোৱা বা সৃষ্টি কৰা; যেনেঃ ত্ৰৈমাসিক আলোচনী
Produced or occurring every three months, e.g., a quarterly magazine
- ছেমেৰিয়ামNoun
ছেমেৰিয়াম
ছেমেৰিয়াম
- ছেলchelaNoun
লিঙ্গৰ মূৰৰ ছাল
the prepuce
- ছেলনিchelaniNoun
গাৰ ছালৰ ওপৰত হোবা ডাঠ মল; টাটৰি
dirt accumulated on the skin
- ছেলাchelāTransitive verb
ছাল গুচা; বখলিয়া।
- ছেলামchelāmaNoun
কাপলত হাত দি কৰা সম্মান; ওলগ
a salutation