← ফুৰি যাওক

ছেনা

chenā

অৰ্থ

1.

সোণ, ৰূপ, লো আদি কটা সৰু বটালিৰ নিচিনি এবিধ অস্ত্ৰ

a chisel used for cutting metals; a cold- set

বি.

2.

এবিধ তেজ উলিওবা অস্ত্ৰ; নৰণি

a blood- letting instrument; a lancet

বি.

3.

দীঘলাই ফালি শুকোবা মাছ বা মঙহ

fish or flesh dried in strips

বি.

4.

গোটা সোণ বা ৰূপৰ দীঘলীয়া খণ্ড; ডলীয়া সোণ, ৰূপ

a long piece of solid silver or gold

বি.

5.

ছেনাৰে ফাল্ বা কাট্

to cut or pierce with a cold-set or lancet

সক. ধা.

6.

অলপ তপত এবাঁ গাখীৰত ওলপ নেমুটেঙাৰ ৰস বা আন কোনো টেঙা মিহলাই দৈ কৰি তাৰপৰা পানীখিনি ছেকি তৈয়াৰ কৰা খাদ্য

posset

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ