কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আকেākeNoun
নিয়াৰি
anvil
- আকোঁচাākom̐cāNoun
লাজ বা অপমানলৈ ভয় বা কোঁচ নোখোবা
not prevented by a sence of shame; audacious
- আকোঁৰগোজa.ko’~r.go’jProper Adj.
নিজৰ কাম বা মতত স্থিৰ হৈ থকা বা সলনি কৰিব নোখোজা।
Tenaciously unwilling or firmly continuing in one's action or opinion despite advice.
- আকোচাa.ko.saProper Adj.
লাজ বা অপমানলৈ ভয় বা কোঁচ নোখোৱা
not prevented by a sense of shame
- আকোলা-আকুলিākolā-ākuliNoun
সাবটা-সাবটি
mutual embracing
- আকৌākauAdverb
আৰু এবাৰ; পুনৰায়
once again; again
- আক্কেলākkelaNoun
বুদ্ধি; আকল।
- আক্তিak.tiAbstract Noun
পেটৰ নাড়ী উজাই বমি হ’ব যেন লগা ভাৱ ৷
An unsuccessful effort to vomit; strain to vomit.
- আক্ষেপākṣepa
অসন্তোষ; বেজাৰ; শোক
sorrow; regret
- আক্ষেপ কৰ্a.khyep korVerb-Intran.
কুকৰ্মৰ পিচত দুখ কৰ্ |
To feel sorry, self-reproachful, or contrite for past conduct; be conscience-stricken about a past action, attitude, etc.
- আক্ষৰakh.yorAbstract Noun
অৰ্থ বুজাবৰ বাবে ব্যৱহাৰ কৰা চিহ্ন
symbols to convey meanings
- আক্ষৰিকakh.yor.ikAdjective Adj.
কোনো শব্দ,বাক্য বা পাঠৰ স্পষ্ট, সহজবোধ্য, পোনপটীয়া অৰ্থ৷
the basic or obvious meaning of a word, phrase or a sentence; understanding them (or a text)without any interpretation or finding underlying meaning.
- আক্ষৰিক অনুবাদa.khyo.rik o.nu.badVerbal Noun
মূলৰ একো সালসলনি নকৰাকৈ কৰা অনুবাদ।
translation of the source text word by word, line by line without any interpretation.
- আক্ষৰিক অৰ্থa.khyo.rik or.thoAbstract Noun
শব্দৰ ধাতু বা মূলৰ পৰা হোৱা অৰ্থ
etymological meaning of a word
- আক্ষৰিকতাবাদAbstract Noun
শিল্প বা সাহিত্যত বাস্তৱিক চিত্ৰণ
adherence to the explicit substance of an idea or expression
- আক্ষৰিকভাৱেa.khyo.rik.bha.beAdposition
কোনো শব্দ, বাক্যৰ অৰ্থ বৰ পোনপটীয়াকৈ,সৰল ভাৱে লোৱা৷
In a literal way, sense or manner; without explain elaborately.
- আক্ৰমak.romVerb-Trans.
শাৰীৰিকভাৱে বল প্ৰয়োগ কৰি অথবা মুখেৰে সমালোচনা কৰি কাৰোবাক আঘাত কৰ্।
Hurt someone physically by use of force or verbally by criticising.
- আক্ৰমণNoun
অপকাৰ কৰিবৰ মনেৰে খেদি ধৰা; বিৰোধভালে প্ৰবেশ কৰা; যুঁজ দিয়া
an attack; an invasion
- আক্ৰমণ কৰ্
to attack; to fall upon; a to invade
- আক্ৰমণ-ক্ষমতাAbstract Noun
আক্ৰমণাত্মক ৰূপ ল`ব পৰা গুণ বা অৱস্থা
the state or quality of being aggressive