আকোঁচা
ākom̐cā
অৰ্থ
1.
লাজ বা অপমানলৈ ভয় বা কোঁচ নোখোবা
not prevented by a sence of shame; audacious
বি.
2.
ঘিণৰ কাৰণে কুণ্ঠিত নোহোবা; ঘিণ কৰি পাচ নোহোঁহকা
not prevented by aversion or hatred
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ