কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰমন্যাসবাদীProper Adj.
যি ৰমন্যাসবাদৰ স’তে জড়িত
anything related to the particular literary genre, romanticism
- ৰমন্যাসিকro.mo.nya.xikProper Adj.
যি ৰমন্যাসবাদৰ স’তে জড়িত
anything related to the particular literary genre, romanticism
- ৰমন্যাসিক উপন্যাসAbstract Noun
ই হৈছে মূলতঃ দুজন মানুহৰ মাজৰ সম্পৰ্ক আৰু ৰোমান্টিক প্ৰেমৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক ধাৰাবাহিক কল্পকাহিনী৷ সাধাৰণতে ই আৱেগিক,সন্তুষ্টিদায়ক আৰু আশাবাদীৰূপে অন্ত পৰে৷
it is a genre fiction that primarily focuses on the relationship and romantic love between two people. It usually has an emotionally satisfying and optimistic ending.
- ৰমলিয়াramaliẏāIntransitive verb
বহুত কাউৰীৰ মাতৰ নিচিনা শব্দ কৰ্; হাই কৰ্
to caw, as many crows; to make a cawing noise
- ৰমাramāNoun
লক্ষ্মী
the goddess of wealth
- ৰমাকান্তro.ma.kan.toProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- ৰমাকান্ত মলাঘৰীয়া বৰুৱাro.ma.kan.to mo.la.gho.ri.ya bo.ru.waProper Noun
তাই-অসমীয়া শব্দকোষ লতিঅম্ৰ প্ৰণেতা৷ ১৭৯৫ চনত লিখা তাই-অসমীয়া শব্দকোষ৷ তাই বৰ্ণমালাৰে লেখা৷
He wrote a Tai-Assames lexicon `Lati-amra` in the year 1795. It is written in Tai language script.
- ৰমাপতিro.ma.po.tiProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- ৰমেশro.mesProper Noun
হিন্দু ধৰ্মৰ তিনিজন প্ৰধান উপাস্য দেৱতাৰ মাজৰ এজন৷
One of the principal Hindu deities
- ৰম্ramTransitive verb
ক্ৰীড়া কৰ্; সম্ভোগ কৰ্; শৱঙ্গাৰ কৰ্
to short with; to enjoy; to copulate with
- ৰম্ ৰম্ram, ramNoun
জলা বস্ত্তৰপৰা পোৰণি হোবা বুজোবা শব্দ
an imitative word used to express a burning sensation
- ৰম্বাচrom.basAbstract Noun
বৰ্গত বাজে সকলোবোৰ সমান বাহু বিশিষ্ট এক সামান্তৰিক
an oblique-angled parallelogram having four equal sides; any equilateral parallelogram except a square
- ৰম্ভাrambhā
এজনা স্বৰ্গৰ নৰ্ত্তকী
a heavenly dancer
- ৰম্যramyaAdjective
সুন্দৰ; মনোৰম; মনোহৰ
delightful; charming
- ৰম্যকramyakaNoun
পৱথিবীৰ নটা বৰ্ষ বা বিভাগৰ এটা; যেনে-"উত্তৰত ৰম্যক হিৰণ্ময় আছে" (অনাদিপাতন)।
- ৰম্যপুৰিramyapuriNoun
ৰম্য স্হান; মনোৰম ঠাই
a delightful place
- ৰম্যভূমিro.myo.bhu.miAbstract Noun
কোনোৱে ঘৰ পাতিবলৈ বা বাস কৰিবলৈ লোৱা ঠাই
a place where somebody is setting up home
- ৰম্যস্থানro.myo.sthanAbstract Noun
কোনোৱে ঘৰ পাতিবলৈ বা বাস কৰিবলৈ লোৱা ঠাই
a place where somebody is setting up home
- ৰম্যৰচনাrom.yo.ro.so.naCommon Noun
আমোদ দিব পৰা লেখা, হাস্য-ৰসাত্মক লেখা ৷
Creative writing valued for esthetic content.
- ৰম্ৰমণি
ৰম্ৰম্ কৰা কাৰ্য্য।