← ফুৰি যাওক

ৰমলিয়া

ramaliẏā

অৰ্থ

1.

বহুত কাউৰীৰ মাতৰ নিচিনা শব্দ কৰ্; হাই কৰ্

to caw, as many crows; to make a cawing noise

অক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰমলিয়া · অসমীয়া অভিধান