কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ন’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- নাও- নিমিতAdjective
কেবল নামৰ নিমিত্তে; নাম মাত্ৰ; অতি অলপ
for the sake of name; a little
- নাও-নিমিতnao`-ni.mi.toProper Adj.
তেনেই কম পৰিমাণৰ; নিচেই কম৷
in very small quantity
- নাওখেলnau.khelAbstract Noun
ব’ঠা মৰা বা পালতৰা নাওৰ নাও বোৱা প্ৰতিযোগিতা৷
a sporting event of races between rowing boats or sailing boats.
- নাওনিমিতকৈnao`.ni.mit.koiAdverb
একেবাৰে কম পৰিমাণে ৷
in a small quantity.
- নাওবাnāobāNoun
(বুৰঞ্জী) নাবৰীয়া,
boatman
- নাওবৈচাnāobaicāNoun
নাও বাওঁতা
a boatman
- নাওবৈচা ফুকনnāobaicā, phukanaNoun
পানীফুকন আৰু নাওবৈচাবিলাকৰ প্ৰধান বিষয়া
the head of the navy
- নাওমানnāomānaAdjective
নিচেই অলপ বা সৰু
very little or small
- নাওশলীয়া
নাওশালিত কাম কৰা বা নাও সজা মানুহ; আহোম ৰজাৰ দিনত এই কাম কৰা এটা খেলৰ নাম
a class of men who were employed in making boats or in the navy during the Ahom regime
- নাওশালnāośālaNoun
নাও সজা বা নাও বামত তুলি ৰাখিবলৈ কৰা ঘৰ
a house or place for building or keeping boats in
- নাওশালিnāośāliNoun
নাও সজা বা নাও বামত তুলি ৰাখিবলৈ কৰা ঘৰ
a house or place for building or keeping boats in
- নাওৰাnāorāNoun
বৰষুণৰ পানী বৈ যাবলৈ দুটা ঘৰৰ চালৰ জোৰাত ওলামাই দিয়া নাবৰ নিচিনা যতন
a gutter
- নাকnākaNoun
গোন্ধ আৰু উশাহ লোবা ইন্দ্ৰিয়
the nose
- নাক কটা
বৰ লাজত পৰ্
to be put to great shame
- নাক কাটাProper Adj.
নিজৰ মান-সন্মানলৈ কেৰেপ নকৰা৷
lacking any sense of shame, Without the emotion or sense of guilt.
- নাক কোঁচা
অনিচ্ছা বা ঘিণ প্ৰকাশ কৰ্
to turn up one's nose; to express unwillingness or disgust
- নাক চানদাMaterial Noun
নাকত পিন্ধা অলঙ্কাৰ ।
A pendant worn at the nose.
- নাক ফুলিnak phu.liMaterial Noun
নাকত পিন্ধা অলঙ্কাৰ ।
A pendant worn at the nose.
- নাক বজাnak bo.jaVerb-Intran.
শোঁওতে নাকেৰে শব্দ কৰ।
to breathe noisily during one's sleep.
- নাক সিঙতাnāka, siṅatā
"নাক কোঁচা" চোবাঁ।