নাওবৈচা
nāobaicā
অৰ্থ
1.
নাও বাওঁতা
a boatman
বি.
2.
আহোম ৰজাৰ দিনত নাও চলোবা এখেল মানুহৰ নাম [এই খেলৰ মানুহৰ ঘাই কাম আছিল ৰজাৰ চ'ৰা-নাও চলোবা আৰু ৰণৰ সময়ত নাৰেৰে যুঁজ কৰা।]
a class of men whose principal duty was, during the Āhom regime, to work as oarsmen in the king's pleasure boat or in the navy
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ