কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চন্দ্ৰগ্ৰহণcandragrahaṇaNoun
ছাঁ পৰি চন্দ্ৰক ঢকা কাৰ্য্য; ৰাহুবে চন্দ্ৰক গিলা কাৰ্য্য
lunar eclipse
- চন্দ্ৰচূড়candracūṛaNoun
মহাদেব
a name of Śiva
- চন্দ্ৰজ্যোতিsAbstract Noun
জোনৰ পোহৰ
the light of the moon
- চন্দ্ৰতাপcandratāpaNoun
চন্দ্ৰ বা সূৰ্য্যৰ কিৰণৰপৰা ৰক্ষা কৰা, মানুহ বহা বা দেবতাৰ মূৰ্ত্তি ৰখা ঠাইৰ ওপৰত তৰা কাপোৰ
a canopy
- চন্দ্ৰদেৱson.dro.debProper Noun
ভগৱানৰ ৰূপত পূজা কৰা চন্দ্ৰ৷
the moon worshipped as a god.
- চন্দ্ৰদেৱতাson.dro.de.bo.taProper Noun
ভগৱানৰ ৰূপত পূজা কৰা চন্দ্ৰ৷
the moon worshipped as a god.
- চন্দ্ৰনামAbstract Noun
এবিধ সুগন্ধি দ্ৰৱ্য
a whitish, translucent, crystalline, pleasant-odored terpene ketone, C10H16O, obtained from the camphor tree, used chiefly in the manufacture of celluloid and in medicine as a counter-irritant for infections and in the treatment of pain and itching.
- চন্দ্ৰপুৰson.dro.purProper Noun
কামৰূপ(নগৰাঞ্চল) জিলাৰ ভিতৰুৱা এখন ঠাই আৰু ৰাজহ চক্ৰ৷
A place and a revinue circle in kamrup(metro) district of Assam
- চন্দ্ৰপ্ৰভাcandraprabhāNoun
জোনৰ পোহৰ; জোনাক
the moonlight
- চন্দ্ৰবংশcandrabaṃśaNoun
কুৰু-পাণ্ডব; যদু-বংশ আদি পূৰ্ব্বকালৰ এক ৰজাৰ গোষ্ঠী [এই বংশত আদি পুৰুষ পুৰুৰবা চন্দ্ৰৰপৰা জন্মিছিল বুলি-খ্যাত।]
the lunar race
- চন্দ্ৰবংশীAdjective
চন্দ্ৰ বংশত জন্মা
of the lunar race
- চন্দ্ৰবদনson.dro.bo.donAbstract Noun
চন্দ্ৰৰ দৰে মুখ থকা অতি শুৱনী পুৰুষ ৷
a man with a beautiful face as like as moon.
- চন্দ্ৰবদনাson.dro.bo.do.naAbstract Noun
চন্দ্ৰৰ দৰে মুখ থকা অতি শুৱনী তিৰোতা ৷
a woman with a beautiful face as like as moon.
- চন্দ্ৰবদনীson.dro.bo.do.niAbstract Noun
চন্দ্ৰৰ দৰে মুখ থকা অতি শুৱনী তিৰোতা ৷
a woman with a beautiful face as like as moon.
- চন্দ্ৰবিন্দুcandrabinduNoun
বুকত এটা বিন্দু থকা অৰ্দ্ধচন্দ্ৰ আকৱতিৰ আখৰ; অনুনাসিক বৰ্ণ; ঁ [ই অকলে থাকিলে দেবতা আৰু মানুহৰ নামৰ আগত থাকিলে সেই মানুহ মৱত বুজায়।
- চন্দ্ৰভাগাcandrabhāgāNoun
চন্দ্ৰভাগ পৰ্ব্বতৰপৰা ওলোবা পাকিস্হানৰ পঞ্জাব প্ৰদেশৰ এখন নৈৰ নাম
the Chinab
- চন্দ্ৰভাসMaterial Noun
ধাৰ থকা দুজন ব্যক্তিৰ মাজত যুজ কৰা এবিধ আহিলা৷
a weapon with long blades used in personal-to-person fighting
- চন্দ্ৰভূতিson.dro.bhu.tiMaterial Noun
সৰ্ব্বোচ্চ বৈদ্যুতিক আৰু তাপৰ পৰিবাহিতা যুক্ত এক কোমল, বগা, মূল্যবান, একযোজী ধাতৱ মৌল; আৰ্জেন্টাইট হিচাপে আৰু মুক্ত ৰূপত পোৱা যায়; মুদ্ৰা, অলঙ্কাৰ আৰু পাত্ৰ তৈয়াৰ কৰাত আৰু আলোক চিত্ৰ গ্ৰহণ প্ৰক্ৰিয়াত ব্যৱহাৰ কৰা হয়৷
A soft white precious univalent metallic element having the highest electrical and thermal conductivity of any metal; occurs in argentite and in free form; used in coins, jewellery, tableware and photography.
- চন্দ্ৰভূষণProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- চন্দ্ৰমল্লিকাcandramallikāNoun
এবিধ ৰাতি ফুলা বগা সুগন্ধি ফুল; গুটিমালী ফুল
a kind of flower; crysenthemum