চন্দ্ৰবিন্দু
candrabindu
অৰ্থ
1.
বুকত এটা বিন্দু থকা অৰ্দ্ধচন্দ্ৰ আকৱতিৰ আখৰ; অনুনাসিক বৰ্ণ; ঁ [ই অকলে থাকিলে দেবতা আৰু মানুহৰ নামৰ আগত থাকিলে সেই মানুহ মৱত বুজায়।
বি.
2.
কোনো আখৰৰ ওপৰত দিয়া চন্দ্ৰবিন্দু চিন; , ঁ।
the nasal sign
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ