কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আকাৰে-ইঙ্গিতেAdverb
ভাব-ভঙ্গীৰে।
- আকাৰে-প্ৰকাৰেa.ka.re-pro.ka.reAdverb
শৰীৰৰ শ্ৰী আৰু স্বভাৱৰ ফালৰ পৰা
by look and by nature
- আকিঞ্চনākiñcanaNoun
দাৰিদ্ৰ্য
poverty
- আকীৰ্ণākīrṇaAdjective
বিস্তীৰ্ণ, সিঁচৰতি
scattered
- আকুঞ্চনākuñcanaNoun
কোঁচ খোবা কাৰ্য্য; সঙ্কোচন; যেনে -"বানৰ আকুঞ্চন" (ক.গী.)
contraction
- আকুঞ্চিতAdjective
(পু. অ.) কোঁচ খোবা; কেঁকোৰা; যেনে-"নীল আকুঞ্চিত যাৰ কেশ" (কীৰ্ত্তন-ঘোষা)
curled
- আকুতAbstract Noun
কোনো বস্তুৰ প্ৰতি মানসিক প্ৰয়োজন বোধ
a longing or craving, as for something that brings satisfaction or enjoyment
- আকুপাংচাৰa.ku.pang.sarAbstract Noun
২৫০০ বছৰ পুৰণি চীনদেশীয় চিকিৎসা পদ্ধতি৷দেহৰ নিদিষ্ট কিছুমান বিন্দুত বেজিৰে খুচি এই চিকিৎসা কৰা হয়৷ দেহৰ মাজেদি শকুপাংচাৰৰ মূল সূত্ৰ।
Acupuncture is a component of the health care system of China that can be traced back at least 2,500 years. The general theory of acupuncture is based on the premise that there are patterns of energy flow (Qi) through the body that are essential for health.
- আকুলākulaAdjective
ব্যগ্ৰ
eager
- আকুলতাNoun; Adjective
আকুলিত।
- আকুলাākulāNoun
চুটি চেলেং কাপোৰ
a short sheet
- আকুহি বগCommon Noun
দীঘল ধেনুভৰীয়া ঠোটেৰে বগলী সদৃশ চৰাই৷
The ibises (collective plural ibis; classical plurals ibides and ibes are a group of long-legged wading birds in the family Threskiornithidae.They all have long, down-curved bills, and usually feed as a group, probing mud for food items, usually crustaceans. Most species nest in trees, often withspoonbills or herons.
- আকূতিākūti
ইচ্ছা; আবেগ
intention; wish
- আকৃতিak.ri.tiMaterial Noun
যিকোনো বস্তু যি ৰূপ বা অৱস্থাত বৰ্ত্তি থাকে বা আৱিৰ্ভাব হয়৷
A form or condition in which something may exist or appear.
- আকৃতি দেak.ri.ti deVerb-Trans.
এটা নিৰ্দ্দিষ্ট ভৌতিক ৰূপ দে।
to give a particular shape.
- আকৃতি-প্ৰকৃতিa.kri.ti-pro.kri.tiAbstract Noun
এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
the manner one treats another person.
- আকৃতিহীনa.kri.ti.hinProper Adj.
যাৰ শৰীৰ, দেহ, বা কায় নাই ৷
Having no material body or form.
- আকৃতিৰa.kri.tirConjuction
একে ধৰণৰ বা মিল থকা
something similar
- আকৃষ্টa.kris.toVerbal Adj.
কোনোবা বা কিহবাৰ ফালে টনা বা গতি কৰাৰ প্ৰৱণতা দেখুওৱা
tending to move towards somebody or something
- আকৃষ্ট কৰ্a.kris.to korVerb-Trans.
শাৰীৰিক সান্নিধ্য অবিহনে, কিন্তু এক অদৃশ্য শক্তিৰ জৰিয়তে কোনো বস্তু বা মানুহক আন বস্তু বা মানুহৰ ওচৰ চপাই অনা
to bring itself/oneself towards another object/person without physical contact, but by means of an abstract force