আকুল
ākula
অৰ্থ
1.
ব্যগ্ৰ
eager
বিণ.
2.
ব্যাকুল; কাতৰ; দুঃখিত
distressed; perplexed
বিণ.
3.
অস্হিৰ; বিতত; বিবুদ্ধি; বিবশ
confounded; distracted
বিণ.
4.
মানুহ বাস কৰা ঠাই; যেনে-"হেমবন্ত হেমকূট নৈষেধা আকুল। পৰ্ব্বত গহ্বৰ বনে খুজিবা সকল" (মা. ক. কিষ্কিন্ধ্যা-কাণ্ড)
an inhabited place
বি.
5.
বন্ধন; বান্ধনি; যেনে -"শিৰকো কম্পাবে খসে খোপাৰো আকুল। তুষ্ট হুষা কেশে বৰিষয় যেনে ফুল।" (দশম)
a tie; a fastening string
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ