কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰবিশস্যro.bi.xo.syoCommon Noun
শীতকালি (খৰালি) উত্পন্ন হোৱা খেতি ৷
Rabi crops are harvested in winter season mainly in India and Pakistan. Crops that are grown from November to April.
- ৰবিৰশ্মিro.bi.ros.miAbstract Noun
light and warmth from the SUN
- ৰবিৰাজProper Noun
আমাৰ সৌৰজগতৰ মূল আধাৰ, আৰু তাপ আৰু পোহৰৰ উত্স ৰূপে পৃথিৱীত জীৱন বৰ্ত্তাই ৰখা এক নক্ষত্ৰ
A star that is the basis of our solar system and that sustains life on Earth, being the source of heat and light.
- ৰবৰrabaraNoun
এঠা-বৰ বা স্বৰ্ণ-বৰ গছৰ এঠা।
- ৰভাrabhāNoun
কোনো উৎসবৰ উপলক্ষ্যে অলপ কালৰ নিমিত্তে ডাঙৰ বহলকৈ বেৰ-দুবাৰ নিদিয়াকৈ কাপোৰ, খেৰ বা আন তেনেকুবা বস্ত্তৰে চাই সজা চালি
a spacious open temporary shed; a pandal
- ৰভাতলীro.bha.to.liAbstract Noun
Below a tent
- ৰমNoun
মৰা- শাকৰ পাতৰ নিচিনা আৰু ডাঠ কলপতীয়া বৰণৰ পাতেৰে এবিধ সৰু গছ [তাৰ পাতৰপৰা নীল ৰং তৈয়াৰ হয়।]
the Rum or Assam indigo plant; Strobillanthes fllaccidifolius
- ৰমক জমকro.mok jo.mokProper Adj.
বিভিন্ন ধৰণৰ ৰঙেৰে ভৰি থকা ।
Full of different colours.
- ৰমক্ জমক্ কৰ্ro.mok jo.mok korVerb-Trans.
অলংকাৰ খটুৱাই সুন্দৰ কৰি তোল্।
To make beautiful, as by ornamentation; decorate. To add ornamental or fictitious details to.
- ৰমক্জমকramakjamakaAdjective
কাপোৰ অলঙ্কাৰ আদিৰে বৰকৈ শোভিত হোবা বা ধুন মৰা
dressed in showy clothes and ornaments; gaudy
- ৰমজানramajānaNoun
মুছলমান বছৰৰ নবম মাহ, যি মাহত মুছলমানে ৰোজা ধৰে।
- ৰমণramaṇaNoun
সঙ্গম
copulation
- ৰমণ-কৰ্ত্তাro.mon-kor.taCommon Noun
যি আনন্দ বা সন্তোষ প্ৰদান কৰে।
one who gives pleasure or satisfaction.
- ৰমণকramaṇakaNoun
এটা দ্বীপৰ নাম; যেনে-"ৰমণক দ্বীপময় সৰ্ণৰ আলয়" (দশম)।
- ৰমণীramaṇīNoun
তিৰোতা; সুন্দৰী তিৰোতা
a woman; a beautiful woman
- ৰমণীয়ramaṇīẏaNoun
সুন্দৰ; মনোৰম; আনন্দদায়ক; ৰং লগোবা
beautiful; pleasing
- ৰমণীয়তাro.mo.niyo.taAbstract Noun
মানুহ বা বস্তুৰ এনে এক গুণ, যি ইন্দ্ৰিয়ানুভূতিৰ জৰিয়তে গভীৰ আনন্দ বা পৰিতুষ্টি প্ৰদান কৰে।
the quality present in a thing or person that gives intense pleasure or deep satisfaction to the mind, whether arising from sensory manifestations.
- ৰমনী গাভৰুro.mo.ni ga.bho.ruProper Noun
আহোম যুগৰ এক উজ্জ্বল ৰত্ন হ`ল স্বৰ্গদেউ জয়ধ্বজ সিংহৰ কন্যা ৰমনী গাভৰু৷ ৰাজনৈতিক ঘটনাক্ৰমে ৰমনী গাভৰুক দিল্লীৰ মোগল সম্ৰাটলৈ উইল কৰি দিব লগা হ’ল ৷ বুৰঞ্জী বিখ্যাত শৰাই ঘাট যুদ্ধ ৰমনী গাভৰুৰ মোমায়েক লালুক সোলাই যুদ্ধৰ ফল ভাল হোৱাৰ আশা নেদেখি গুৱাহাটীখন মোগলক এৰি দিবলৈ ঠিৰাং কৰিলে ৷ এই কথা ৰমনী গাভৰুৱে গম পাই – এনে কাম কেতিয়াও নকৰিবলৈ ৰমনী গাভৰুৱে মোমায়েক লালুক সোলালৈ এনে কাৰ্য্য বিষময় হ’ব বুলি লালুকক সৰ্তক কৰি দি পত্ৰ প্ৰেৰণ কৰিছিল ৷
A unique female charecter of Ahom kingdom. Daughter king Jayadhdwaj Singha. She is married to Mogal King as a result of war treaty.
- ৰমন্যাসAbstract Noun
কোনো ব্যক্তিৰ প্ৰতি ভালপোৱা আৰু আবেগৰ এক গভীৰ, সুকোমল, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা অনুভূতি
A deep, tender, ineffable feeling of affection and solicitude toward a person
- ৰমন্যাসবাদro.mo.nyas.badAbstract Noun
১৮ শতিকাৰ শেষ ভাগত সেই সময়ৰ সমাজ ব্যৱস্থা, ৰাজনীতি আৰু আমোলাতন্ত্ৰৰ বিৰূদ্ধে পশ্চিম ইউৰোপত আৰম্ভ হোৱা এবিধ কলা-সাহিত্যিক আৰু বৌদ্ধিক বিপ্লৱ
a literary and cultural revolution started in western Europe in the eighteenth century