ৰমনী গাভৰু
ro.mo.ni ga.bho.ru
অৰ্থ
1.
আহোম যুগৰ এক উজ্জ্বল ৰত্ন হ`ল স্বৰ্গদেউ জয়ধ্বজ সিংহৰ কন্যা ৰমনী গাভৰু৷ ৰাজনৈতিক ঘটনাক্ৰমে ৰমনী গাভৰুক দিল্লীৰ মোগল সম্ৰাটলৈ উইল কৰি দিব লগা হ’ল ৷ বুৰঞ্জী বিখ্যাত শৰাই ঘাট যুদ্ধ ৰমনী গাভৰুৰ মোমায়েক লালুক সোলাই যুদ্ধৰ ফল ভাল হোৱাৰ আশা নেদেখি গুৱাহাটীখন মোগলক এৰি দিবলৈ ঠিৰাং কৰিলে ৷ এই কথা ৰমনী গাভৰুৱে গম পাই – এনে কাম কেতিয়াও নকৰিবলৈ ৰমনী গাভৰুৱে মোমায়েক লালুক সোলালৈ এনে কাৰ্য্য বিষময় হ’ব বুলি লালুকক সৰ্তক কৰি দি পত্ৰ প্ৰেৰণ কৰিছিল ৷
A unique female charecter of Ahom kingdom. Daughter king Jayadhdwaj Singha. She is married to Mogal King as a result of war treaty.
সংজ্ঞাবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ