কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ছ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ছেcheTransitive verb
কাটি এক বা অনেক ডোখৰ কৰ্; ছেও দি
to cut into pieces
- ছেঁইchem̐iNoun
গছ, লতা আদিৰ গুটিৰ দীঘলীয়া বাহ বা ভঁৰাল
a pod; a legume
- ছেইcheiNoun
এফলীয়া বাট।
- ছেই ছেই লেই লেইchei, chei, lei, leiNoun
ঘৱণা প্ৰকাশ
words expressing hatred towards others
- ছেউনীcheunīNoun
ছাউনী।
- ছেউনী আলিcheunī, āliNoun
চেউনি আলি।
- ছেওcheoNoun
ছেব; কোনো দীঘল গোটা বস্ত্ত কাটি ভাগ কৰা এডোখৰ
a piece cut off
- ছেও দিcheo, di
টুকুৰা কৰ্; খণ্ড কৰ্
to cut into pieces
- ছেও-পাতcheo-pātaNoun
কোনো বস্ত্ত কাৰণে কাণত পাহ কাটি ঘূৰণীয়াকৈ কটা কলাপাত
a piece of plantain leaf cut in a circular form with a fringe on the edge
- ছেও-মণিcheo-maṇiNoun
এবিধ কেইৰাখণ্ডাও কৰি জৰীৰে সিয়া, হাতৰ ঠাৰিত পন্ধা মণি
a string of a beads worn on the wrist
- ছেওঁতাcheom̐tā
কৱদ. যি ছেও দিয়ে; যি কাটি দুই বা বহুত খণ্ড কৰে
one who cuts into pieces
- ছেকsekVerb-Trans.
কঠিন পদাৰ্থ মিহলি জুলীয়া বস্তুৰ পৰা কঠিন পদাৰ্থ পৃথক কৰ্
to separate solid particles from liquid-solid mixture .
- ছেকনse.konAbstract Noun
The process of filtering a liquid
- ছেকনিNoun
চাকনিৰ নিচিনা সৰু সৰু বিন্ধা থকা এবিধ জুলীয়া বস্ত্ত পৰিষ্কাৰ কৰা সঁজুলি
a strainer
- ছেকনীse.ko.niMaterial Noun
কঠিন পদাৰ্থ মিহলি জুলীয়া পদাৰ্থৰ পৰা কঠিন পদাৰ্থ পৃথক কৰা আহিলা বা যন্ত্ৰ।
an equipment for separating solid particles from liquid-solid mixture.
- ছেকা কাঁহchekā, kām̐haNoun
কাঁহৰ পাত্ৰ অস্ত্ৰেৰে পৰিষ্কাৰ কৰাৰ পাছত ওলোবা কাঁহৰ গুৰি আউটি কৰা কাঁহ [সাধাৰণ কাঁহতকৈ ই বেছি বিশুদ্ধ আৰু ইয়াৰে তৈয়াৰী পাত্ৰও বেছি ভাল।]।
- ছেকাৰ চাতাchekāra, cātāNoun
খাৰণি-সঁতা।
- ছেকুলিনাNoun
ছেকুলিনা, কোষিনা
ছেকুলিনা, কোষিনা
- ছেকেণ্ডchekeṇḍaNoun
¹⁄₆₀ মিনিট।
second
- ছেকোঁতাchekom̐tā
কৱদ. ছেকি পৰিষ্কাৰ কৰা মানুহ
one who strains