← ফুৰি যাওক

ছেও

cheo

অৰ্থ

1.

ছেব; কোনো দীঘল গোটা বস্ত্ত কাটি ভাগ কৰা এডোখৰ

a piece cut off

বি.

2.

নাচন বা বাজনাৰ মাজৰ ছেদ বা ৰোবা কাৰ্য্য

a momentary cessation in dance or music

বি.

3.

নাচৰ গঢ়া বা হাত, ভৰি, গা আদি চালনা; যেনে-"ছেও ধৰি খোজ কাঢ়্ বা কথা ক"

motion or gait (in dancing)

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ছেও · অসমীয়া অভিধান