কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মথুৰা, পাগ, মথুৰাপুৰীয়া পাগmathurā, pāga, mathurāpurīẏā, pāgaNoun
ডাঙৰ পাগ বা পাগুৰি
a large turban or pugri
- মথুৰা-পাগmo.thu.ra-pagMaterial Noun
দীঘল মথৰিৰে বন্ধা এক ডাঙৰ পাগুৰি
a large turban or head-wrap
- মথুৰাপতিmo.thu.ra.po.tiProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- মথুৰাপুৰীয়া পাগmo.thu.ra.pu.ri.ya pagMaterial Noun
দীঘল মথৰিৰে বন্ধা এক ডাঙৰ পাগুৰি
a large turban or head-wrap
- মথুৰেশmo.thu.rexProper Noun
ভগৱান বিষ্ণুৰ এক অৱতাৰ৷
one incarnation of Lord Vishnu, after Lord Ram and before Lord Buddha. He is a central deity in the 'Mahabharat'.
- মথ্mathTransitive verb
ঘোঁট্; মাৰি আদিৰে খৰকৈ ঘূৰাই ঘূৰাই লৰা
to churn
- মথৰিmathariNoun
মূৰত মৰা কাপোৰ; পাগুৰিৰ দৰে মূৰত মেৰোবা কাপোৰ; . b >2/b>। (পু. অ.) মথাউৰি; যেনে-"ফটিকৰ মথৰি বন্ধাইলা মুষ্টিকৰ" (বঘাসূৰ-বধ)।
a piece of cloth wrapped round the head
- মদmadaNoun
সুৰা; ফটিকা; লাওপানী
wine; spirituous liquor; rice-beer
- মদ কাৰখানাMaterial Noun
পাতন পদ্ধতিৰে সুৰা তৈয়াৰ কৰা উদ্যোগ
a place where distilling of alcoholic spirit is carried on
- মদ-পিঠাmada-piṭhāNoun
হুৰ-পিঠা; লাওপানী তৈয়াৰ কৰিবৰ নিমিত্তে লগা, নানা মচলা মিহলাই কৰা আৰৈ চাউলৰ পিঠাৰ লাৰু
a sort of spiced biscuit used for making fermented rice beer or lāop ānī
- মদ-বেচোঁতাmod-be.so~.taCommon Noun
যি সুৰা বা মদ বিক্ৰী কৰে
one who sells or deals in wine
- মদ-ব্যৱসায়ীmod-byo.bo.xa.yiCommon Noun
যি সুৰা বা মদ বিক্ৰী কৰে
one who sells or deals in wine
- মদগজProper Adj.
প্ৰবল ভৌতিক বা শাৰীৰিক শক্তি থকা
capable of exerting great physical force
- মদগুৰmod.gur.Common Noun
a freshwater fish of the catfish family, which grows up to 60cm in length, usually infamous for being voracious. Found in South Asia and South East Asia, though some of them have spread to the Florida area of the United States and posing serious threat to the native aquatic life, first catch of this fish by an angler in the United States was recorded on 15th March 1967
- মদগৰ্বmod.gor.boAbstract Noun
যুক্তিসংগত আত্মসন্মানৰ অনুভূতি।
feeling of justifiable self-respect.
- মদগৰ্বীmod.gor.biProper Adj.
অত্যধিক আত্মবিশ্বাসী আৰু আক্ৰমণাত্মকভাৱে নিজক জাহিৰ কৰা।
Aggressively assertive or overbearingly confident.
- মদগৰ্ব্বীmod.gorb.biProper Adj.
নিজৰ সম্পৰ্কে এক অত্যন্ত উচ্চ অভিমত ৰখা।
having an excessively high opinion of oneself.
- মদতmadataNoun
সহায়
help
- মদত দি
সহায় কৰ্; ভিতৰি আশয় পৰামৰ্শ দি
to help; to incite
- মদত-খানাmadata-khānāNoun
কানি গাৰ কৰা ঘৰ বা দোকান
opium smoking den