মদ
mada
অৰ্থ
1.
সুৰা; ফটিকা; লাওপানী
wine; spirituous liquor; rice-beer
বি.
2.
হাতীৰ হিমেজু
the fluid exuding from the temples of an elephant in rut
বি.
3.
অহঙ্কাৰ; গৰ্ব্ব
pride
বি.
4.
মত্ত অবস্হা; যেনে-"মদে কেন চঞ্চল লোচন" (দশম)
state of excessive excitement or madness
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ