কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভাগ্যৱানbha.go.banProper Adj.
যাৰ ভাগ্য ভাল ৷
Having unexpected good fortune and luck.
- ভাগৰbha.gorAbstract Noun
মানসিক বা শাৰিৰীক শক্তি ব্যয় হৈ যোৱাৰ ফলত অধিক কাম কৰিবলৈ নোৱাৰা হৈ যোৱা অৱস্থা।
the state of not able to work any more as energy has been spent already.
- ভাগৰ কামbha.gor kamAbstract Noun
কৰিবলগীয়া কাম
an act one obligated to do
- ভাগৰ লাগ্bha.gor lagVerb-Trans.
দেহৰ শক্তি খৰচ কৰি পেলোৱাৰ বাবে অধিক কাম কৰিবলৈ অপাৰগ হ।
become unfit to work any more as energy has been spent already.
- ভাগৰাTransitive verb
ভাগৰ লগা
to tire
- ভাগৰি যাbha.go.ri jaVerb-Trans.
দেহৰ শক্তি খৰচ কৰি পেলোৱাৰ বাবে অধিক কাম কৰিবলৈ অপাৰগ হ।
become unfit to work any more as energy has been spent already.
- ভাগৰুবাAdjective
শ্ৰান্ত হোবা; ভাগৰ লগা
tired; fatigued
- ভাগৰুৱাbha.go.ru.waProper Adj.
দেহৰ শক্তি খৰচ কৰি পেলোৱাৰ কাৰণে অধিক কাম কৰিবলৈ অপাৰগ।
unable to work or act any more as energy has been spent already to do so.
- ভাগৰ্bhāgarIntransitive verb
কাম কৰি শ্ৰান্ত হ বা বল নাইকিয়া হ
to be exhausted or fatigued
- ভাগৱতbha.go.wotProper Noun
পুৰাণসমূহৰ ভিতৰত এখন প্ৰধান পুৰাণ৷ ইয়াত প্ৰায় ওঠৰ হাজাৰ শ্লোক, ৩৩২-টা অধ্যায় আৰু বাৰটা স্কন্ধ আছে৷
Bhagavat Purana (also known as Srimad Bhagavata, Bhagavatam or Bhagwat) is the most popular and widely circulated of all the Puranas. Bhagavat Purana consists of eighteen thousand slokas, distributed amongst 332 chapters and divided into twelve cantos (skandhas).
- ভাগৱত গীতাbha.go.wot gi.taProper Noun
শ্ৰীমদ্ভাগৱত গীতা, মহৰ্ষী বেদব্যাস প্ৰণীত এখন সংস্কৃত ধৰ্মপুথি, ইয়াত কুৰুক্ষেত্ৰ যুদ্ধৰ ঠাইত ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৰ্ম, যোগ, জ্ঞান, ভক্তি আদিৰ বিষয়ে দিয়া হিত্ উপদেশ লিখা আছে ।
The Gita, a book by Vyasa containing spiritual instructions, a moral tale, the most philosophical poem of the world.
- ভাগৱতীbha.go.bo.tiProper Noun
ভাগৱত পুঠি ভাঙি কওঁতা । বৰ্ত্তমান ই এটা উপাধি ।
one who reads and explains the Bhagavata.now it is a surname of Assam.
- ভাঙVerb-Trans.
কোনো বস্তু শক্তি প্ৰয়োগ কৰি ভাগ ভাগ কৰি ব্যৱহাৰৰ অনুপযোগী কৰি তোল্।
To render useless or ineffective by tear down or break up.
- ভাঙটিbhāṅaṭiNoun
ভাও-ভঙ্গি।
- ভাঙতীbhāṅatīAdjective
গাবি ভাঙি মুকলি কৰা; চাহ কৰা
reclaimed; cultivated
- ভাঙনNoun
ভঙা কাৰ্য্য।
- ভাঙনbhāṅanaNoun
নৈত থকা এবিধ মাছ
a kind of fish; Labeo boga
- ভাঙনিbhāṅaniNoun
সৰহকৈ ভাঙৰ গছ থকা ঠাই
a piece of land covered with hemp
- ভাঙনি কৰ্bha.ngo.ni korVerb-Trans.
অৰ্থৰ সালসলনি নকৰাকৈ কোনো পাঠৰ ভাষা আন এক ভাষালৈ পৰিৱৰ্ত্তন কৰ্
to change the language of a text to another without affecting the meaning
- ভাঙনিয়াৰbhāṅaniẏāraNoun
বৰকৈ ধন ব্যয় কৰা মানুহ
one who spends much