← ফুৰি যাওক

ভাঙনি

bhāṅani

অৰ্থ

1.

সৰহকৈ ভাঙৰ গছ থকা ঠাই

a piece of land covered with hemp

বি.

2.

অনুবাদ

translation

বি.

3.

হাবি ভাঙি মুকলি কৰা মাটি

newly reclaimed or cultivated land

বি.

4.

নৈয়ে ভঙা গৰা

part of river bank washed away

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ