কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চন্ক্cankIntransitive verb
অলপকৈ ফাট্; ফাট মেল্; যেনে-"চৰুৰ কাণটো অলপ চনকিলে"
to crack
- চন্চনীয়াcancanīẏāAdjective
চনকা; বেগেতে ভগা; মূৰ্মূৰীয়া
easily broken; brittle
- চন্টুৰson.turMaterial Noun
কাশ্মীৰৰ প্ৰাচীন লোকবাদ্য৷ ইয়াৰ গাঁথনি, ৰূপ আৰু বজোৱাৰ শৈলীৰ আমূল পৰিবৰ্তনেৰে পণ্ডিত শিৱ কুমাৰ শৰ্মাই ইয়াক ভাৰতীয় শাস্ত্ৰীয় বাদ্যলৈ উন্নীত কৰে৷আগতে ইয়াক শত তন্ত্ৰী বীণাও বোলা হৈছিল৷
(also known as Shata-tantri Veena) a stringed instrument indigenous to Kashmir as a folk instrument. Pandit Shiv Kumar Sharma elevated it to a classical instrument through major changes in design and structure of the instrument and playing style. It is made of maple or walnut wood and shaped like trapezoid and is played with a pair of curved wooden mallets.
- চন্তৰিson.to.riCommon Noun
পহৰা দিয়াৰ কাৰণে নিযুক্ত লোক৷
A person stationed to keep vigil.
- চন্তৰীcantarīNoun
পৰীয়া; প্ৰহৰী; ৰখীয়া।
sentry
- চন্দনcandanaNoun
চন্দন কাঠ পানীৰে সৈতে শিলত ঘঁহি কৰা এবিধ লেপ্লেপীয়া বস্ত্ত [তাৰে ফোট-ৰেঘা লোবা হয়]; পিছা চন্দন কাঠ
a paste made by rubbing sandalwood on a stone
- চন্দন কাঠ
এবিধ মজলীয়া আকাৰৰ ছ; [ইয়াৰ গছৰ শাহটোৰ সুগন্ধ ওলায়; ইয়াৰ দুজাতি-বগা বা জাতি আৰু ৰঙা চন্দন।]
the white or red sandal wood; santalum
- চন্দন তেল জাতি
চন্দন পেৰি উলিওবা তেল
oil extracted from sandalwood
- চন্দন-যাত্ৰাcandana-yātrāNoun
ব'হাগৰ শুক্লা তৱতীয়া তিথিত জগন্নাথৰ শৰীৰত চন্দন ঘঁহি কৰা যাত্ৰা বা উৎসব।
- চন্দনাcandanāNoun
এবিধ বুকু-ৰঙা ভাটৌ; মদনা
a species of parrot
- চন্দনাপক্ষীson.do.na.po.khyiCommon Noun
any of numerous hook-billed, often brilliantly colored birds of the order Psittaciformes, as the cockatoo, lory, macaw, or parakeet, having the ability to mimic speech and often kept as pets.
- চন্দলাcandalāAdjective
বাউ ভাঙি ফেৰ মেলা আৰু মুকলি হোবা (পাচি- খৰাহি)
flattened out owing to the rim being broken
- চন্দলাইNoun
বাউ ভাগি ফেটলেঙা হোবা খৰাহি বা পাচি
a broken and flattened basket
- চন্দলিয়াTransitive verb
ভাঙি বহলাই পেলা; ফালি লুটিয়াই ভিতৰৰ ফাল বাজ কৰ্
to break open and turn inside out
- চন্দাcandāNoun
এবিধ চেপেটা ঘূৰণীয়া মাছ [ইয়াৰ অনেক জাতি আছে; যেনে-ৰঙা চন্দা . আৰু ফুলচন্দা
Ambassis ranga ; Equnla odentula]; a kind of small flat round fish
- চন্দাৰcandāraNoun
চন্দোবাৰ; যেনে-"ৰজালৈ দিয়া চামৰ
- চন্দিয়াcandiẏāTransitive verb
নেউঠিবৰ কাৰণে কপাহৰ জোলা দাঁৰেৰে ফঁহিয়াই আঁহবোৰ দীঘল কৰ্
to draw out the fibres (as of cottom preparatory to ginning)
- চন্দুকcandukaNoun
কাঠৰ পেড়া
a box; a chest
- চন্দুবাcandubāAdjective
লজ্জিত; অপমান পোবা; লাজ পোবা
put to shame; ashamed; abashed
- চন্দুবা পৰ্
অপমান পা; কোনো বেয়া কাম কৰাৰ বাবে লোকৰ আগত ওলাবলৈ লাজ পা
to be abashed; to be ashamed to appear before others owing to a sense of guilt