চন্দা
candā
অৰ্থ
1.
এবিধ চেপেটা ঘূৰণীয়া মাছ [ইয়াৰ অনেক জাতি আছে; যেনে-ৰঙা চন্দা . আৰু ফুলচন্দা
Ambassis ranga ; Equnla odentula]; a kind of small flat round fish
বি.
2.
যিমান থিয় হ'ব লাগে সিমান নোহোবা; অলপ দোপা পৰা (ঘৰৰ চাল)
of lesser slope than usual
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ