কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ষ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ষাৰṣāraNoun
ষণ্ড; ভতৰা গৰু
a bull
- ষেত ্পৰাṣeta
্parā/hw> বি. অলপ দীঘলীয়া পাতেৰে বাৰীত গজা এবিধ লতা- চানেকীয়া ক্ষুদ্ৰ বন-শাক; জৰ বন; সৰ্পজিভা [তাৰ শুকান গছ-পাতৰ কাথ কৰি জৰীয়াক খুবায়।]
a kind of medicinal herb; oldenlandia corymbosa or biflora, or mollugostricts
- ষোলṣolaNoun
ষোড়শ; ছয় আৰু দহ
sixteen
- ষোল-অনাAdverb
যিমানবোৰ সম্ভৱ সেই সকলোবোৰ একেলগে|
To a complete degree or to the full or entire extent.
- ষোলকণীয়াṣolakaṇīẏāAdjective
ডেকা; পুৰঠ শৰীৰৰ।
- ষোলনামṣolanāmaNoun
চৈতন্যপন্হীয়ে ঈশ্বৰৰ শৰণ-মন্ত্ৰ-স্বৰূপে লোবা ঈশ্বৰৰ ষোলটা নাম
the sixteen names of God taught to the disciples of the Caitanya sect
- ষোল্লxo’l.loAbstract Noun
পোন্ধৰতকৈ এক ডাঙৰ সংখ্যাটো বা তাৰ চিনটো
One after fifteen or the symbol for it
- ষোড়শṣoṛaśaNoun
ষোল
sixteen
- ষোড়শ মহাজনপদxo`.ro.xo mo.ha.jo.jo.podAbstract Noun
খ্ৰী পূ ৬০০ পৰা খ্ৰী ৪০০ পৰ্যন্ত উত্তৰ ভাৰতত. আফগানিস্থান পৰা বংগ পৰ্যন্ত বিয়পি থকা ষোল্লখন দেশৰ একোখন৷ একেলগে কোৱা হৈছিল ষোড়শ মহাজনপদ৷
A Mahajanapada (literally "great realm", from maha, "great", and janapada "foothold of a tribe", "country") is one of the sixteen kingdoms or oligarchic republics that existed in ancient India from the sixth centuries BCE to fourth centuries CE.
- ষোড়শকxo`.ro.xokProper Adj.
১৬ (ষোল্ল) ভূমিৰ সংখ্যা পদ্ধতি সম্পৰ্কীয়
of or pertaining to a numbering system that uses 16 as the radix
- ষোড়শীṣoṛaśīNoun
ষোল বছৰৰ তিৰোতা বা ছোবালী
a woman of sixteen years
- ষোড়শোপচাৰ
- দশোপচাৰৰলগতে স্বাগত, আসন, আভৰণ, বসন, বন্দন, পুনৰাচমনীয়]
five, ten or sixteen varieties of offerings of god
- ষোড়শোপচাৰṣoṛaśopacāraNoun
পূজাত লগা ষোল বিধ বস্ত্ত; যেনে-গন্ধ, পুষ্প, ধূপ, দীপ, নৈবেদ্য, বস্ত্ৰ, আভৰণ, আসন, স্বাগত (আবাহন), পাদ্য, অৰ্ঘ্য, আচমনীয়, মধুপৰ্ক, পুনৰাচমনীয়, স্নান, চন্দন
a set of sixteen particular items of worship
- ষ্টইকিঅ’মিতিNoun
ষ্টইকিঅ’মিতি
ষ্টইকিঅ’মিতি
- ষ্টক বিনিময় কেন্দ্ৰstok bi.ni.moy ken.droCommon Noun
উদ্যোগ বা কোম্পানী সমূহৰ ষ্টক বা শ্বেয়াৰ চাৰ্টিফিকেট কিনা-বেচা কৰা ঘৰ বা ঠাই
a building or place where stocks and other securities are bought and sold
- ষ্টাইলsta.ilAbstract Noun
কোনো সুনিৰ্দিষ্ট ধৰণ, চৰিত্ৰ বা কলাসন্মত পদ্ধতি৷
a particular, distinctive, or characteristic mode of action or manner of acting.
- ষ্টাইলাছMaterial Noun
লিখিবলৈ বা চিত্ৰাঙ্কণ কৰিবলৈ ব্যৱহাৰ কৰা কলমৰ দৰে জোঙা আগ থকা এক আহিলা৷
any of various pointed, pen-shaped instruments used in drawing, artwork, etc
- ষ্টাইল’ফোনProper Noun
a small electronic musical instrument played by touching its keyboard with a stylus
- ষ্টাইৰিংNoun
ষ্টাইৰিং
ষ্টাইৰিং
- ষ্টাফCommon Noun
কোনো এক সংগঠনত কৰ্মৰত সকলো কৰ্মচাৰী
all the people employed by a particular organization