ষোড়শোপচাৰ
অৰ্থ
1.
- দশোপচাৰৰলগতে স্বাগত, আসন, আভৰণ, বসন, বন্দন, পুনৰাচমনীয়]
five, ten or sixteen varieties of offerings of god
2.
উপঢৌকন, ভেটি
a present
3.
শব্দৰ লক্ষণা শক্তিৰ যোগেদি অৰ্থজ্ঞান- বোধ
realisation through the secondary meaning of a word
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ