কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘দ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- দকচিdo.ko.siAdverb
যিমান প্ৰয়োজন তাতকৈ বেছিকৈ ।
Done or carried out more than what is needed
- দকদʼইকাProper Adj.
বহু পৰিমাণৰ প্ৰাকৃতিক অথবা কৃত্ৰিম পোহৰ যুক্ত৷
Having lots of light either natural or artificial.
- দকন্Material Noun
বস্তু-বাহানি বা সেৱা বিক্ৰী কৰা ব্যৱসায় প্ৰতিষ্ঠান
a mercantile establishment for the retail sale of goods or services
- দকা-হকা দেdo.ka-ho.ka deVerb-Trans.
নকৰিলে বেয়া পৰিণতি হোৱাৰ ভয় দেখুৱাই কোনো কাম কৰিবলৈ ক।
to force to do something by threatening of dare consequence if not done.
- দক্ষdakṣaAdjective
নিপুণ; পাৰ্গত; পটু
able; skilful
- দক্ষ-যজ্ঞdakṣa-yajñaNoun
দক্ষই কৰা এটা যজ্ঞৰ নাম [এই যজ্ঞলৈ মহাদেবক নিমন্ত্ৰণ নকৰি বৰং তেওঁক দক্ষই বহু নিন্দা কৰাত সতীয়া মনত বৰ শোক পায় আৰু সেই শোকত প্ৰাণ ত্যাগ কৰে; মহাদেবে খঙত এই যজ্ঞ ধ্বংস কৰে আৰু দক্ষৰ মূৰটো ছিঙি তাত ছাগৰ মূৰ এটা লগাই দিয়ে।]
a great sacrifice performed by Dakṣa but destroyed by his son-in-law, Śiva
- দক্ষকন্যাdo.khyo.kon.yaProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- দক্ষজাdo.khyo.jaProper Noun
হিন্দু ধৰ্মৰ এগৰাকী প্ৰধান উপাস্য দেৱী। হিন্দু বিশ্বাস অনুসৰি সৃষ্টি, সংৰক্ষণ আৰু ধ্বংসৰ মূল কাৰক আৰু শিৱৰ ভাৰ্য্যা পাৰ্বতীত দানৱ দমনকাৰী হিংসুক ৰূপ।
The supreme goddess in Hinduism. She is considered to be the root cause of creation, preservation and annihilation. She is also the fiercer, demon-fighting form of Shiva's wife, goddess Parvati.
- দক্ষতাdo.khyo.taAbstract Noun
শক্তি আদিৰ ব্যৱহাৰ যোগ্য ভাগ আৰু মুঠ ভাগৰ অনুপাত৷
<br>[a] The ratio of the effective or useful output to the total input in any system. <br>[b] The ratio of the energy delivered by a machine to the energy supplied for its operation.
- দক্ষতা মূল্যায়নdo.khyo.ta mu.lya.yonAbstract Noun
Assesment of efforts put in by an employee (normally done by his superior)
- দক্ষতাপূৰ্ণdo.khyo.ta.pur.noProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- দক্ষতাহীনdo.khyo.ta.hinProper Adj.
পূৰাকৈ বিকশিত নোহোৱা; বয়স বা অভিজ্ঞতাৰ দিশৰ পৰা আশানুৰূপ জ্ঞানী বা নম্ৰ নোহোৱা
not fully developed, not being as wise and calm as people expect from one's age or experience
- দক্ষাMaterial Noun
বায়ুমণ্ডলে চাৰিওফালে আগুৰি থকা সৌৰজগতৰ তৃতীয় গ্ৰহ
the third planet of the solar system where the known biosphere exists.
- দক্ষিণdakṣiṇaNoun
উত্তৰৰ বিপৰীত দিশ; পূবফালে মুখ কৰিলে সোঁ হাত ষিফালে হয়
the south
- দক্ষিণ আমেৰিকাdo.khyin a.me.ri.kaProper Noun
পশ্চিম গোলাৰ্দ্ধৰ দক্ষিণস্থ মহাদেশ
The southern continent of the Western Hemisphere
- দক্ষিণ ভাৰতীয় দ্বীপপুঞ্জdo.khyin bha.ro.ti.yo dwip.pun.joProper Noun
কেৰেবিয়ান উপসাগৰ আৰু প্ৰশান্ত মহাসাগৰৰ কেইটামান দ্বীপৰ সমষ্টি৷
The West Indies is a region of the Caribbean Basin and North Atlantic Ocean that includes the islands of the Antilles and the Lucayan Archipelago.
- দক্ষিণ-পূৱdo.khyin-pubAbstract Noun
a direction in between between south and east in cardinal compass
- দক্ষিণ-মেৰুdakṣiṇa-meruNoun
পৱথিবীৰ দক্ষিণফাল বা মূৰ
the south pole
- দক্ষিণপাটdakṣiṇapāṭaNoun
লুইতৰ দক্ষিণপাৰে মাজুলিত পতা এখন সত্ত্ৰ [
- দক্ষিণাdakṣiṇāNoun
ধৰ্ম্ম-কাৰ্য্যৰ শেষত বামুণ-ভকতক দিয়া দান
presents distributed at the conclusion of sacrificial or ceremonial occasions