দক্ষ
dakṣa
অৰ্থ
1.
নিপুণ; পাৰ্গত; পটু
able; skilful
বিণ.
2.
ব্ৰহ্মাৰ সোঁ-হাতৰ বুঢ়া-আঙুলিৰপৰা ওপজা এজন মুনিৰ নাম; শিবৰ শহুৰেক; সতীৰ পিতৱ
a sage born from the right-thumb of the right hand of Brahmā; the father-in-law of Śiva
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ