কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘থ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- থম্থমীয়াAdjective
স্হিৰ; গম্ভীৰ
steady; grave
- থম্থমীয়াProper Adj.
গাত মাংস থকা, অৰ্থাত্ সবল মাংসপেশীৰে পৰিপূৰ্ণ।
having a lots of flesh.
- থলthala
বাম; বাম ঠাই
dry place
- থল থল কৰেthala, thala, kareAdverb
কোমল আৰু জৰ্জ্জৰীয়া হৈ (ভাত)।
- থল-আখৰthala-ākharaNoun
যি পাতত লিখা যায় তাৰ বৰণেৰে তোলা আখৰ; লিখা পাতৰ বৰণীয়া আখৰ
a white letter on a ground of another colour
- থল-পৰ্ব্বতthala-parbbataNoun
পৰ্ব্বত ভৈয়াম; ; বিণ. থল-পৰ্ব্বতী ভৈয়াম আৰু পাহাৰ-সম্বন্ধীয়
hill and plains ; relating to hills and plains
- থলগিৰীthalagirīNoun
বামৰ দেবতা বা ভূত; এজাতি ভূতৰ নাম
an evil spirit supposed to rule over the dry land
- থলচৰthalacaraAdjective
বামত থকা
living on land
- থলপদ্মthalapadmaNoun
স্হলপদ্ম।
- থলাধিকাৰthalādhikāraNoun
কোনো বিশেষ ঠাইৰ গৰাকী; স্হানীয়া গৰাকী; যেনে -"থলাধিকাৰ ফুকন"
the local head officer
- থলীthalīNoun
বাম ঠাই
a dry place
- থলী দাঙিAdverb
থলীত একো নথকাকৈ; সমূলি; উবাৰি
entirely; wholly
- থলুবাthalubāAdjective
বামত বা ভৈয়ামত থকা
living or existing on land or a plain
- থলুৱাtho.lu.waCommon Noun
People of a particular place who or whose ancestors are the original inhabitants of that place
- থহাMaterial Noun
এবিধ প্লাষ্টিকসদৃশ পদাৰ্থ, যাক ইথিলিনৰ বহুযোজনৰ দ্বাৰা তৈয়াৰ কৰা হয় ৷ ই তাপ পালে গলি যায় ৷
a plastic polymer of ethylene used especially in packaging and insulation and that can be moulded when hot.
- থাং ৰাংthām, rāmNoun
হাতীৰ গাদী বছা বা ফঁই
the rope with which the pad is tied on the back of an elephant
- থাইthaiProper Noun
থাইলেণ্ডৰ চৰকাৰী আৰু ৰাষ্ট্ৰীয় ভাষা৷
the national and official language of Thailand and also the native language of the Thai people.
- থাই ভাষাthai bha.xaProper Noun
থাইলেণ্ড/থাইবাসীৰ ভাষা৷
the language of Sian i.e. Thailand.
- থাইনাMaterial Noun
গছ-গছনিৰ গা-গছৰ শাখা
Limb of a tree or bough
- থাইপʼVerb-Trans.
ততাতৈয়াকৈ আৱদ্ধ কৰ্ বা খামুচি ধৰ্
to capture or restrain hurriedly