← ফুৰি যাওক

থলী

thalī

অৰ্থ

1.

বাম ঠাই

a dry place

বি.

2.

সদায় থকা ঠাই

a place of residence

বি.

3.

তলী; শস্য অৰ্জ্জা মাটি

a field for growing crops

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ