কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঠ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঠন্ঠন মদন গোপালṭhanṭhana, madana, gopālaNoun
গোপালৰ মূৰ্ত্তিৰ দৰে বহি থকা মানুহ; অকামিলা মানুহ।
- ঠন্ঠননিNoun
ঠনঠন কৰা কাৰ্য্য।
- ঠন্ঠনাIntransitive verb
ঠন্ঠন্ শব্দ কৰ্
to make a cracking sound
- ঠন্ঠনীয়াAdjective
চনকা; চনচনীয়া; বেগতে ভগা
brittle
- ঠন্ঠন্ṭhanṭhanNoun
কোনো চনকা বস্ত্ত ভাগিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound like that produced by the breaking of brittle things
- ঠন্ঠননিthon.thon.oniAbstract Noun
এটা পাত্ৰৰ লগত আন এটা পাত্ৰ খুন্দা খাই সৃষ্টি হোৱা মৃদু ধাতৱ শব্দ
A light, sharp ringing sound, as of glass or metal.
- ঠনৰাই, ঠনৰ কৰে, ঠনাতকৈṭhanarāi, ṭhanara, kare, ṭhanātakaiAdverb
ঠনৰ শব্দ কৰি (ছিগ্ বা ভাগ্)
with a sound as is produced when anything is snapped or broken
- ঠনৰ্ঠনৰ্ṭhanarṭhanarNoun
কোনো চনকা বস্ত্ত ভাগিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound like that produced by the breaking of brittle things
- ঠমকṭhamakaNoun
গম্ভীৰ গমন; মন্হৰ গতিত গমন-ভঙ্গিমা; যেনে-"অৰুণ চৰণ দুহোঁ ঠমকে চলায়" (বৰগীত)
slow and steady motion; walk with measured steps
- ঠমক ধৰ্
কাম কৰি থাকোঁতে বা গমন কৰোঁতে হঠাৎ বা ৰ বা স্হগিত হ
cease to work or walk suddenly
- ঠলামুড়িtho.la.mu.riAbstract Noun
হাতেৰে মূৰত কৰা আঘাত
a blow on the head with the hand
- ঠলামূৰিṭhalāmūriNoun
হাতেৰে মূৰত মৰা ঢকা বা থপা
a slap on the head with the palm of the hand
- ঠলামূৰিয়া, ঠলামূৰি মাৰ্Transitive verb
হাতেৰে মূৰত ঢকা-থাপৰ মাৰ্
to slap on the head with the palm of the hand
- ঠল্ঠলীয়াAdjective
ওপৰৰপৰা পৰিলে ঠল্ঠল শব্দ কৰা; গোট গোট; গুটিৰ দৰে কাৰো গাত কেও নলগা; ঠোঠোবা
distinct; hard and separate
- ঠল্ঠল্ṭhalṭhalNoun
ঠলৰ্ ঠলৰ্; সৰু গোটা বস্ত্ত ওপৰৰপৰা গছৰ পাতত বা মাটি আদিত ঘনে ঘনে পৰোঁতে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by successive fall of fruits or other small hard things on leaves of trees
- ঠল্ঠল্ কৰেAdverb
ঠল্ ঠল্ শব্দ কৰি; বেগাই বেগাই; ইটোৰ পাছত সিটো; ; বি. ঠল্ঠলনি ঠল ঠল শব্দ কৰা কাৰ্য্য।
with distinct and clear voice; in quick succession
- ঠলৰ কৰেtho.lor ko.reAdverb
হঠাতে এটা (ঠলৰ্) শব্দ কৰি
suddenly making a quick sound
- ঠলৰকৈtho.lor.koiAdverb
হঠাতে এটা (ঠলৰ্) শব্দ কৰি
suddenly making a quick sound
- ঠলৰাইtho.lo.raiAdverb
হঠাতে এটা (ঠলৰ্) শব্দ কৰি
suddenly making a quick sound
- ঠলৰাই, ঠলৰ্ কৰেAdverb
ঠলৰ শব্দ কৰি
making a short quick sound