← ফুৰি যাওক

ঠলামূৰিয়া, ঠলামূৰি মাৰ্

অৰ্থ

1.

হাতেৰে মূৰত ঢকা-থাপৰ মাৰ্

to slap on the head with the palm of the hand

সক. ধা.

2.

মাটিৰ চপবাৰ ওপৰত মৰিয়াই তাক ভাঙ্ বা গুৰি কৰ্

to break the clods of earth

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঠলামূৰিয়া, ঠলামূৰি মাৰ্ · অসমীয়া অভিধান