কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঊ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঊনাহūnāhaAdjective
অলপ কম; ক্ৰি. বিণ. ঊনাহকৈ। যেনে-"ৰাতি ভাত উমাইকৈ খাব লাগে।"
- ঊনৈছ-বিছūnaicha-bicha
আৰু
- ঊনৈশu.noisAbstract Noun
দহতকৈ ন বেছি ৷ (১৯ সংখ্যা)
nine more than ten; the symbol denoting 19. (১৯ in Assamese)
- ঊনৈশ-বিশūnaiśa-biśa
আৰু
- ঊনৈশত বা বলা, ঊনৈছত বা বলাūnaiśata, bā, balā, ūnaichata, bā, balā
আটাইবিলাক বায়ু একে লগে মেলা; বৰ বেগেৰে বতাহ বলা
to blow with full force
- ঊনৈশত বা বল্u.noi.sot ba bolVerb-Intran.
আবেগ বা অনুভূতি জগাই তোলা
to arouse or stir up the emotions or feelings
- ঊনৈষ. ঊনৈছūnaiṣa., ūnaicha
বিয় এক কম একুৰি; একুৰিতকৈ এক কম
nineteen
- ঊন্চল্লিছūncallichaNoun
এক কম দুকুৰি; দুকুৰিৰ এক কম
thirty-nine
- ঊন্ত্ৰিশ্ūntriśNoun
ডেৰ কুৰিৰ এক কম
twenty-nine
- ঊন্সত্তৰিūnsattariNoun
এক কম তিনি কুৰি দহ; তিনি কুৰি দহতকৈ এক কম
sixty-nine
- ঊন্ত্ৰিশun.trisAbstract Noun
বিছতকৈ ন বেছি৷
nine more than twenty,the symbol denoting 29.(২৯ in Assamese)
- ঊষাu.xaAbstract Noun
দিনটোৰ প্ৰথম বা আগতীয়া অংশ।
The first or early part of the day.
- ঊসuxInterjection
বেদনা বুজোৱা মাত৷
an exclamation of pain.
- ঊহūhaNoun
অনুমান; যুক্তি-তৰ্কৰ যোগেদি কৰা বিচাৰ
guessing; inferring with reason
- ঊহনাūhanāNoun
অনুমান; যুক্তি-তৰ্কৰ যোগেদি কৰা বিচাৰ
guessing; inferring with reason
- ঊহ্যūhyaAdjective
উহ্য; অনুক্ত কিন্ত্ত অনুমেয়
understood
- ঊঢ় যাūṛha, yāIntransitive verb
মতা-মাইকীয়ে সংযোগ ছ বা বহ খা (পখিলা আদি)
to copulate
- ঊঢ়নūṛhanaAdjective
উঠন; কন্যা-কাল হোবা
grown up; having attained puberty
- ঊঢ়াūṛhāAdjective
বিয়া দিয়া; বিবাহিতা (তিৰোতা)
married
- ঊৰ-বান্ধūra-bāndhaNoun
নাড়ী-ভুঁৰু পকাই নুৰা বান্ধি পেটৰ ওপৰলৈ উজাই অহা যেন লগা এবিধ ৰোগ
rising up of the intestines when one feels nausea