← ফুৰি যাওক

ঊনৈশত বা বলা, ঊনৈছত বা বলা

ūnaiśata, bā, balā, ūnaichata, bā, balā

অৰ্থ

1.

আটাইবিলাক বায়ু একে লগে মেলা; বৰ বেগেৰে বতাহ বলা

to blow with full force

2.

অতিপাত হোবা; বৰকৈ উত্ৰাবল হোবা; যেনে-"ঊনৈছত বা বলাই ফুৰা মানুহ"

to be in great excitement; to go to excess

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঊনৈশত বা বলা, ঊনৈছত বা বলা · অসমীয়া অভিধান