কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঈ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঈশ্বৰবাদী
যি ঈশ্বৰ আছে বুলি মানে; আস্তিক
acknowledging the existence of God; a theist
- ঈশ্বৰিক জ্ঞানiswor gyanAbstract Noun
ঈশ্বৰ সম্পন্ন জ্ঞান৷
Divine knowledge.
- ঈশ্বৰী
আদ্যশক্তি; ঈশ্বৰৰ সৱষ্টি কৰা শক্তি
the creative power of God considered as a female
- ঈষīṣaNoun
ঈহ্মাৰি। যেনে-"তড়ি আছে দন্ত যেন লাঙ্গলৰ ঈষ" (দশম)।
- ঈষত্ স্বচ্ছi.xot swos.soProper Adj.
পোহৰ পাৰ হৈ যাব পৰা, কিন্তু সম্পূৰ্ণ স্বচ্ছ নোহোৱা
clear enough for light to pass through but not completely clear
- ঈষদৰক্তProper Adj.
অলপ ৰঙা, আংশিক ৰঙা ৰঙেৰে বোলোৱা
somewhat red, tending to red or tinged with red
- ঈষাi.xaProper Noun
মিথিলাৰ ৰজা জনকৰ (তোলনীয়া)জীয়েক আৰু ৰামচন্দ্ৰৰ ভাৰ্যা৷ জনক ৰজাই নাঙলৰ সীৰলুত সীতাক লাভ কৰে৷
Sita is the wife of Rama the principal characters in the Ramayana, Sita was a foundling, discovered in a furrow in a ploughed field, and for that reason is regarded as a daughter of Bhudevi, the Goddess Mother Earth. She was found and adopted by Janaka, king of Mithila.
- ঈষাদণ্ডi.xa.don.doMaterial Noun
নাঙলৰ মুঠি৷
the handle of a plough.
- ঈষ্মProper Noun
হিন্দু ধৰ্মৰ বিশ্বাস অনুসৰি কামদেৱ প্ৰেমৰ দেৱতা৷
Hindu god of love and erotic desire.
- ঈষৎīṣatAdjective
অলপ; কিঞ্চিত
a little
- ঈস্īsIndeclinable
আচৰিত বা তুচ্ছ ভাব প্ৰকাশ কৰা মাত
an exclamation of suprise or contempt
- ঈহīhaIndeclinable
আচৰিত বা তুচ্ছ ভাব প্ৰকাশ কৰা মাত
an exclamation of suprise or contempt
- ঈহ-মাৰিīha-māriNoun
নাঙল আৰু যঁবলিক লগ-লগাই ধৰা দীঘল মাৰি; নাঙলৰ ডিলা
the shaft of a plough
- ঈহিনীCommon Noun
যাক অতিকৈ মৰম কৰা হয়৷
somebody who is loved extensively
- ঈয়াৰুইঙ্গমi.ya.ruig.gomProper Noun
ডঃ বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্যৰ দ্বাৰা ৰচিত এখন উপন্যাস৷
An Assamese novel by Dr Birendra Kumar Bhattacharyya. Published by Lawyer's Book Stall, Panbazar, Guwahati.
- ঈৰিণAbstract Noun
dry place,An area often covered with sand or rocks, where there is very little rain and not many plants:
- ঈৰ্ষাīrṣāAdjective
খিয়াল; পৰশ্ৰীকাতৰতা; পৰৰ ভাল দেখি চকু পোৰা গুণ
envy
- ঈৰ্ষা কৰ্ir.xa korVerb-Trans.
আনৰ শুভ বা ভাল হোৱাটো সহ্য কৰিব নোৱাৰা হ
to feel discontent or covetousness with regard to another's advantages, success, possessions, etc
- ঈৰ্ষা পৰৱশir.xa po.ro.woxProper Adj.
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune
- ঈৰ্ষাকাতৰir.xa.ka.torProper Adj.
আনৰ বেয়া হোৱাটো বাঞ্ছা কৰা অথবা আনৰ সৌভাগ্য দেখি অসুখী হোৱা৷
Wishing evil to others or unhappy at others good fortune