← ফুৰি যাওকঈহ-মাৰিīha-māriঅৰ্থ1.নাঙল আৰু যঁবলিক লগ-লগাই ধৰা দীঘল মাৰি; নাঙলৰ ডিলাthe shaft of a ploughবি.সমাৰ্থক শব্দঈহ · īhaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ