কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পঠিয়াpaṭhiẏāTransitive verb
প্ৰেৰণ কৰ্; . বি., বিণ. পঁঠিওবা
send ; the act of sending; sent
- পঠোবাAdjective
কৱদ
the act of sending; sent
- পঢ়নpo.rhonVerbal Noun
কোনোবাই কিবা পঢ়া কাৰ্য৷
the act or activity of somebody who reads something.
- পণpaṇaNoun
কোনো নিশ্চিত কাৰণ বা বস্ত্তৰ নিমিত্তে দিবলৈ অঙ্গীকাৰ কৰা ধন
a price promised; a wager
- পণ কৰ্pon korVerb-Trans.
কোনো বিষয়ত আন্তৰিকতাৰে তথা ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দে; কোনো কাম কৰাৰ সঙ্কল্প ৰাজহুৱাকৈ ঘোষণা কৰ্
to promise seriously and publicly to do something
- পণবpaṇabaNoun
ঢোলৰ নিচিনা এবিধ বাদ্য; যেনে-"পণব পালক ভেৰী গদৰ কাঁহাল" (মিশ্ৰ-গীতা)।
- পণবন্দীpon.bon.diCommon Noun
কোনো দাবী পূৰণৰ অৰ্থে অসৎ লোকে বন্দী কৰি ৰখা ব্যক্তি
people kept in custody of some bad element to fulfil some demand
- পণাংগনাpo.nang.go.naCommon Noun
a woman who engages in sexual intercourse for money
- পণিpaṇiNoun
বেদত উল্লেখ কৰা এজাতি বণিক
a class of traders mentioned in the Vedas
- পণুবাpaṇubāNoun
কানি-পানত আসক্ত মানুহ
one addicted to smoking opium
- পণ্ডpaṇḍaAdjective
স্বাৰ্থ; নিষ্ফল; লোকচান
vain; fruitless; deadlock
- পণ্ড কৰ্pon.do korVerb-Trans.
কোনো ক্ৰিয়া নিষ্ফল কৰা, কোনো কাৰ্য বা প্ৰয়াস ব্যৰ্থ কৰা।
to negate the effect of something; fail somebody or something.
- পণ্ডিতpaṇḍitaNoun
শিক্ষক; . জ্ঞানী বা শাস্ত্ৰ জনা মানুহ; বিদ্যাবন্ত লোক
a teacher ; a scholar; a learned man
- পণ্ডিতমন্যAbstract Noun
যিয়ে নিজক পণ্ডিত বুলি ভাৱে
who thinks himself or herself an intelligent
- পণ্ডিতম্মন্যpaṇḍitammanyaAdjective
যি নিজকে পণ্ডিত বুলি ভাবে।
- পণ্ডিতাভিমানীpaṇḍitābhimānīAdjective
আপোনাক পণ্ডিত বুলি অহঙ্কাৰ কৰা; পণ্ডিত নহৈও পণ্ডিতালি দেখুওবা; ডাঙৰ পণ্ডিতৰ দৰে কথা কোবা
pedantic; vainly making a show of learning
- পণ্ডিতালিpon.di.ta.liAbstract Noun
অধ্যয়নৰ জৰিয়তে অৰ্জা জ্ঞান অথবা পণ্ডিতৰ বিদ্যায়তনিক অৰ্হতা; শিক্ষক বা পণ্ডিতৰ বৃত্তি৷
knowledge acquired by study or academic attainments of a scholar; the profession of a pandit or teacher.
- পণ্যpaṇyaAdjective
বেচিব লগীয়া; যেনে-"পণ্য দ্ৰব্য;"
saleable
- পণ্য চিহ্নAdjective Adj.
a symbol, word, or words legally registered or established by use as representing a company or product.
- পণ্য-সামগ্ৰীpo.nyo-xa.mo.griCommon Noun
Items to be sold in the market