পণ্ডিত
paṇḍita
অৰ্থ
1.
শিক্ষক; . জ্ঞানী বা শাস্ত্ৰ জনা মানুহ; বিদ্যাবন্ত লোক
a teacher ; a scholar; a learned man
বি.
2.
শিক্ষকৰ বৱত্তি
the profession of a pundit or teacher
বি.
3.
বিদ্যা; পাণ্ডিত্য; নিপুণতা
knowledge; skill
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ