কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এক্সলেমাNoun
এক্সলেমা
এক্সলেমা
- এক্সিলাৰেটৰek.si.la.re.torMaterial Noun
মটৰ গাড়ীৰ গতি বৰ্দ্ধন কৰা যান্ত্ৰিক আহিলা৷
a device, especially the gas pedal of a motor vehicle, for increasing speed.
- এক্ৰম্-কালিekram-kāliAdverb
পূৰ্ব্বৰ কোনো এক কালত
formerly; once upon a time
- একৰe.korAbstract Noun
মাটি কালিৰ এক জোখ,
measure of land area, 4840 square yard of land
- একৰকমek.ro.komAdverb
হ’ব-নহ’ব এনে অৱস্থাত, কিবা প্ৰকাৰে।
only just; scarcely; no more than; almost not.
- একৰঙনekaraṅanaAdjective
কৰঙণ পৰ্য্যন্ত তল যোবা; কৰঙনলৈকে হোবা দ; কৰঙণীয়া।
- একৰঙীek.ro.ngiProper Adj.
মাত্ৰ এটা কম্পনাংকৰ দোলন বা বিকিৰণ সম্বন্ধীয়
Of or composed of radiation of only one wavelength; having or appearing to have only one color.
- একৰঙ্গনe.ko.rong.gonProper Adj.
কৰঙ্গনলৈকে তল যোৱা দ ৷
covered with any materials like water, rubbish etc. upto thigh or as high as the thigh of a man.
- একৰাৰekarāraNoun
স্বীকাৰ; কবুল
promise; agreement
- একৰাৰনামাekarāranāmāNoun
প্ৰতিজ্ঞা বা চুক্তিৰ কাকত
a written promise; a deed of agreement
- একৰূপতাek.ru.po.taAbstract Noun
একে গঢ় বা আকৃতি বা গুণৰ হোৱা অবস্থা ৷
The quality of being similar in appearance or external or superficial details.
- একৰ্ডিয়নMaterial Noun
এবিধ বাদ্য যন্ত্ৰ
A musical instruments that you hold in both hands to produce sounds
- এখনe.khonAdposition
অনিৰ্দিষ্টবাচক অৰ্থত, কোনো শ্ৰেণী বা গোটৰ মাজত নিৰ্দিষ্ট নোহোৱাকৈ৷
indefinite article , not any particular or certain one of a class or group.
- এখনীয়াekhanīẏāAdjective
এতৰপীয়া; এজাঁপ বা এদোৰোল থকা; যেনে -"এখনীয়া চেলেং"
consisting of one fold only
- এখনেekhaneAdverb
এতিয়াই; এই ক্ষণতে; এই মুহূৰ্ত্ততে
just now; presently
- এখন্তকekhantakaNoun
এক মুহূৰ্ত্ত; অতি অলপ সময়
a moment
- এখন্তেকAbstract Noun
অতি তাকৰ সময় |
A brief, indefinite interval of time
- এখন্তেকীয়াe.khon.te.ki.yaProper Adj.
অলপ দিনীয়া অৰ্থাৎ সদায় নথকা ।
lasting for short period of time
- এখাণ্ডিekhāṇḍiNoun
এহাল গৰুৰে চহাৰ পৰা মাটিৰ খণ্ড বা ভাগ; এক খণ্ডা; শস্য কৰিবলৈ সৰু সৰু ডৰা বা ভাগ ভাগ কৰি লোবা মাটি
a small compartment or parcel of land
- এখুজীয়াekhujīẏāAdjective
এখোজ এখোজকৈ যোবা; লাহে লাহে খোজ কঢ়া
pacing or going slowly