← ফুৰি যাওক

একৰূপতা

ek.ru.po.ta

অৰ্থ

1.

একে গঢ় বা আকৃতি বা গুণৰ হোৱা অবস্থা ৷

The quality of being similar in appearance or external or superficial details.

গুণবাচক বিশেষ্য

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

একৰূপতা · অসমীয়া অভিধান