কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ৰ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ৰত্নাৱলীrot.na.wo.liMaterial Noun
ৰত্ন অৰ্থাৎ মুকুতাৰ মালা
a chain or string of pearls
- ৰত্নৰাজCommon Noun
যি কবিতা ৰচনা কৰে৷
one who professionally writes or compose poems
- ৰতৰতীয়াProper Adj.
মাত্ৰাধিক্য ভাৱে থকা বা ঘটা
existing or occurring in a high or extreme degree
- ৰথrathaNoun
এবিধ চকৰি লগোবা আৰু ওখ ঘোঁৰাৰে টনোবা প্ৰাচীন বাহন
a chariot
- ৰথ-যাত্ৰাNoun
আহাৰৰ শুক্লা দ্বিতীয়াত জগন্নাথৰ মূৰ্ত্তি ৰথত তুলি ফুৰোবা এটা উৎসব [সেই দিনা জগন্নাথ ঘুনুচাৰ লগত সাত দিন সহবাস কৰিবলৈ গৈছিল।]
the car festival of Jagannātha in the month of Āsadha
- ৰথগুস্তিMaterial Noun
সুৰক্ষাৰ কাৰণে ৰথত লগোৱা লোৰ আৱৰণ
an iron-cover fixed in a chariot for safety.
- ৰথীrathīNoun
ৰথত উঠি যুদ্ধ কৰোঁতা বা চলাওঁতা; নায়ক
a chieftain of an army who fights or directs military operations from a chariot; a leader
- ৰদradaAdjective
অগ্ৰাহ্য কৰা; ৰহিত কৰা; নথকা কৰা; যেনে -"হুকুম ৰদ কৰিলে"
cancelled
- ৰদ কৰ্Verb-Trans.
declare invalid (an official agreement, decision, or result)
- ৰদ-বদলrod-bo.dolAbstract Noun
এটাক আনটোৰে বদলি কৰা কাৰ্য্য।
the act of changing one item with another.
- ৰদ-বদল কৰ্rod-bo.dol korVerb-Trans.
বৰ্ত্তমানে থকা অৱস্থা বা ভৱিষ্যতে অকলশৰীয়াকৈ ৰাখিলে থাকিব লগীয়া অৱস্থাতকৈ কোনো বস্তুৰ ৰূপ, স্বভাৱ, গাঁথনি আদি বেলেগ কৰ্
To make the form, nature, content, future course, etc., of something different from what it is or from what it would be if left alone.
- ৰদকৰণVerbal Noun
The act of removing, revoking, discontinuing or invalidate something
- ৰদনীro.do.niCommon Noun
ডাঠ, প্ৰায় নোমহীন ছাল-যুক্ত, দীঘল, নমনীয়, খাদ্য সংগ্ৰহকাৰী এডাল শুঁড় থকা, ওপৰ-পাৰিৰ আগদাঁত দুটা ৰূপান্তৰিত হৈ দীঘল বেঁকা ৰূপ লোৱা, আৰু আফ্ৰিকীয় প্ৰজাতিৰ ক্ষেত্ৰত বিছনীৰ আকৃতিৰ ডাঙৰ কাণ থকা এবিধ ডাঙৰ তৃণভোজী স্তন্যপায়ী জন্তু
A very large herbivorous mammals having thick, almost hairless skin, a long, flexible, prehensile trunk, upper incisors forming long curved tusks of ivory, and, in the African species, large fan-shaped ears.
- ৰদীAdjective
[আ. ৰদ্দী] বিণ. অকামিলা; অজোখা; বিজোখ হোবা
unsuitable; unfit; out of proper measure
- ৰদীয়াradīẏāAdjective
ঘুণীয়া
defective
- ৰদ্দীrod.diProper Adj.
কামৰ অযোগ্য, একো নজনা।
one who is not worth of doing anything.
- ৰন্ধনrandhanaNoun
ৰন্ধা কাৰ্য্য; আহাৰ পাক কৰা বা সিজোবা কাৰ্য্য
the act of cooking
- ৰন্ধন গেছron.dhon gasMaterial Noun
ৰন্ধন কাৰ্যত ব্যবহৃত ইন্ধন গেছ।
Liquifed Petroleum Gas,usually used for cooking.
- ৰন্ধন প্ৰকৰণron.dhon pro.ko.ronAbstract Noun
কোনো খাদ্যৰ ৰন্ধাৰ পদ্ধতি ।
the complete process of cooking a particular food item.
- ৰন্ধন প্ৰণালীron.dhon pro.na.liAbstract Noun
ৰন্ধনৰ কৌশল বা প্ৰক্ৰিয়া; যেনেঃ ভাৰতীয় ৰন্ধনশৈলী, অসমীয়া ৰন্ধন প্ৰণালী
style or method of cooking, e.g., Indian Cuisine, Chinese Cuisine, Assamese Cuisine