← ফুৰি যাওক

ৰথ-যাত্ৰা

অৰ্থ

1.

আহাৰৰ শুক্লা দ্বিতীয়াত জগন্নাথৰ মূৰ্ত্তি ৰথত তুলি ফুৰোবা এটা উৎসব [সেই দিনা জগন্নাথ ঘুনুচাৰ লগত সাত দিন সহবাস কৰিবলৈ গৈছিল।]

the car festival of Jagannātha in the month of Āsadha

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ৰথ-যাত্ৰা · অসমীয়া অভিধান