কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধুথৰিMaterial Noun
The Mandible or lower jaw (chin) is the only movable bone of the skull. This bone gives shape to the lower portion of the face, provides sites of attachment for the muscles which make it move, forms the framework for the floor of the mouth, and supports the lower natural teeth. The deep, "U"- shaped concavity between the two processes is called the mandibular notch.he chin is the lowermost part of the face.It is formed by the lower front of the mandible. [See figure in <a href='dic.php?wrd=skull&lang=ENG'> skull</a>]
- ধুদুৰdhuduraNoun
লালটি।
- ধুনdhunaNoun
সাজ-পাৰ পিন্ধি কৰা শৰীৰৰ শোভা
dress; decoration
- ধুন মাৰ্
সাজ-পাৰ পিন্ধি গাৰ শোভা বঢ়া
dress showily
- ধুন-ধুপাল
ধুন মাৰি ডেও পাৰি, বা ফিতাহি মাৰি ফুৰা কাৰ্য্য
foppery; vanity in dress or manners
- ধুন-ধুপালি
ধুন মাৰি ডেও পাৰি, বা ফিতাহি মাৰি ফুৰা কাৰ্য্য
foppery; vanity in dress or manners
- ধুন-পেচdhun-pesAbstract Noun
ৰঙ বিৰঙৰ কাপোৰ, অলঙ্কাৰ, প্ৰসাধন আদিৰে গাৰ শোভা বৃদ্ধি কৰা|
The action of decorating yourself with something colorful and interesting.
- ধুন-পেচ কৰ্dhun-pes korVerb-Intran.
চকুত লগাকৈ সাজ-পাৰ কৰ্ (নিন্দাৰ অৰ্থত)
to be fashionable or stylish (as an insult)
- ধুন-পেচ্
গা-মূৰ সজাই বৰকৈ বঢ়োবা শৰীৰৰ শোভা
showy decoration of the body
- ধুনাdhunāNoun
ফটা থৈলা আদি কুটি উলিওবা জাবৰ।
- ধুনা চালিCommon Noun
এবিধ লতাজাতীয় উদ্ভিদ, যাৰ পাত আৰু ছাল তামোলৰ সৈতে তিতা চালিৰূপে খাব পাৰি৷ ইয়াৰ পাতৰ ৰস পৰম্পৰাগত চিকিৎসাত বীজাণুনাশকৰূপে ব্যৱহাৰ কৰা হয়৷
A creeper plant, the bark and leaves of which can be taken as a bitter `chali` with betel nut. The sap of the leaves is also traditionally used as an antibacterial agent.
- ধুনাধুনAdjective
(পু. অ.) অনেক বাৰ বা বৰকৈ মোহাৰি বা টঙনিয়াই ধুনা; কপাহৰ নিচিনা কোমল কৰা; তুলাতুল
softened by crushing
- ধুনাৰ্ম্ময়
ধুনাধুন।
- ধুনাৰ্ময়
ধুনাধুন।
- ধুনিdhuniAdverb
তুলা ধুনা দৰে বৰকৈ মোহাৰি মোহাৰি; সম্পূৰ্ণ-ৰূপে; অলপো বাকী নখৈ; অতি পৰিমাণে
completely; exceedingly
- ধুনীdhu.niMaterial Noun
সাগৰ, হ্ৰদ বা অন্য জলাধাৰত গৈ মিলিত হোৱা আৰু সাধাৰণতে গতিপথত বহুতো উপনদীয়ে আহি তাৰ সৈতে মিলিত হোৱা এক বিশাল প্ৰাকৃতিক জলধাৰা।
A large natural stream of water emptying into an ocean, lake, or other body of water and usually fed along its course by converging tributaries.
- ধুনীয়াdhunīẏāAdjective
ধুন মৰা; সজ্জিত; শুবনি
beautiful; decorated
- ধুনীয়া কৰ্dhu.ni.ya korVerb-Trans.
to make more beautiful or eye-catchig by decorating, painting or applying make-up, dressing up or such other means.
- ধুনীয়াকৈAdverb
ধুনীয়া, পৰিস্কাৰ, আৰু ক্ৰম অনুসৰি ৷
In a neat, clean, and methodological manner/order.
- ধুনীয়াকৈ সজাdhu.ni.ya.koi xo.jaVerb-Trans.
অলংকাৰ খটুৱাই সুন্দৰ কৰি তোল্।
To make beautiful, as by ornamentation; decorate. To add ornamental or fictitious details to.