ধুনি
dhuni
অৰ্থ
1.
তুলা ধুনা দৰে বৰকৈ মোহাৰি মোহাৰি; সম্পূৰ্ণ-ৰূপে; অলপো বাকী নখৈ; অতি পৰিমাণে
completely; exceedingly
ক্ৰি. বিণ.
2.
কাঠ জ্বলাই ৰখা জুই; যেনে-"সন্ন্যাসীৰ ধুনি"
a fire kept burning
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ