কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ম’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- মতদাতাmot.da.taProper Noun
ভোট দি কোনো প্ৰাৰ্থী নিৰ্বাচন কৰিব পৰা ক্ষমতা থকা নাগৰিক ৷
A citizen who has legal right to vote and elect a candidate for a post.
- মতদানmot.danVerbal Noun
নিৰ্বাচনত কাৰোবাৰ সপক্ষে মত দিয়া কাৰ্য ৷
The act of a choice that is made by counting the number of people in favor of each alternative in election.
- মতদ্বৈধmo.to.doi.dhoAbstract Noun
কোনো বিষয়ত হোৱা মতৰ অমিল|
prolonged argument or dispute.
- মতপাৰ্থক্যmo.to.par.tho.kyoAbstract Noun
কোনো বিষয়ত হোৱা মতৰ অমিল|
prolonged argument or dispute.
- মতবাদmo.to.badAbstract Noun
এতিয়ালৈকে সত্য প্ৰমাণিত নোহোৱা কোনো প্ৰাকৃতিক পৰিঘটনাৰ বিষয়ে আগবঢ়োৱা ধাৰণা বা ব্যাখ্যা৷
an idea or explanation of a natural phenomena, which has not yet been proved to be correct .
- মতবিৰোধmo.to.bi.ro’dhAbstract Noun
কোনো বিষয়ত হোৱা মতৰ অমিল|
prolonged argument or dispute.
- মতবিৰোধীmo.to.bi.ro`.dhiProper Adj.
বিৰুদ্ধ বা ভিন্ন মতাৱলম্বী৷
No agreeing; dissenting
- মতভেদmatabhedaNoun
মতৰ অমিল; মতান্তৰ।
- মতলবmatalabaNoun
উদ্দেশ্য; অভিপ্ৰায়
intention; purpose
- মতলবীmot.lo.biProper Adj.
যি কেৱল নিজক লৈ ব্যস্ত বা নিজৰ হিতৰ কথাহে চিন্তা কৰে
concerned chiefly or only with oneself
- মতলীয়াmatalīẏāAdjective
মদৰ ৰাপিয়ে যাক ধৰিছে; ৰাগিয়ে ধৰাৰ নিচিনা
intoxicated
- মতলীয়া হmo.to.li.ya hoVerb-Intran.
কোনো কাম কৰিবলৈ বা কিবা চাবলৈ অধৈৰ্য্য হৈ পৰ্
to become restless to see or do something immediately
- মতাmatā
যখাৰ গন্ধকাদি জোখমতে মিলাই জুই লগাই ৰাতিক দিন যেন পোহৰ কৰা এবিধ বস্ত্ত; যেনে-"প্ৰথমত প্ৰবেশ দিবাৰ বেলা ভৈল। মহতা লগায়া দিন সম কৰি থৈল" (ৰামচৰণ, শঙ্কৰচৰিত)
a kind of fire-work giving brilliant light of various colours
- মতাAdjective
গুটি নধৰা।
- মতা হাঁহmo.ta ha~hCommon Noun
পূৰ্ণবয়স্ক ঘৰচীয়া বা বনৰীয়া মতা হাঁহ ৷
Adult male of a wild or domestic duck.
- মতা-গাঁঠিmatā-gām̐ṭhiNoun
বেতৰ সূতেৰে বেৰৰ কামী বান্ধোতে দিয়া গাঁঠি।
- মতা-চেলেংmatā-celemNoun
চেলেং বা কঁঢ়া গছৰ এটা উপজাতি
a kind of tree; Exoecaria baccata
- মতা-ধূনাmatā-dhūnāNoun
"ধূনা" চোবাঁ।
- মতা-মতিmatā-matiNoun
আলাপ; মাত-বোল
state of being on speaking terms; familiarity
- মতাদৰ্শmo.ta.dor.xoAbstract Noun
আদৰ্শ বা বিশ্বাসৰ এক ধাৰা
a set of principles or belief