← ফুৰি যাওক

মতা-গাঁঠি

matā-gām̐ṭhi

অৰ্থ

1.

বেতৰ সূতেৰে বেৰৰ কামী বান্ধোতে দিয়া গাঁঠি।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

মতা-গাঁঠি · অসমীয়া অভিধান