কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ফ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ফিটনphiṭanaNoun
ওপৰখন খুলিব পৰা চাৰিচকীয়া ঘোঁৰাগাড়ী-বিশেষ
phaeton
- ফিটফাটphit.phatProper Adj.
দেখাত পৰিষ্কাৰ আৰু সজীৱ
neat and smart in appearance
- ফিটফিটীয়াfit.fi.ti.yaProper Adj.
নিৰ্দ্দিষ্ট স্থানত কপকপীয়াকৈ লগা বা বান্ধ খাই পৰা; প্ৰয়োজনীয় আকাৰতকৈ মাত্ৰ অকণমান সৰু।
Fixed or fastened firmly in place; just smaller than the required size.
- ফিটাphi.taVerb-Trans.
জৰী জোৰকৈ টানি বান্ধ্ ৷
To draw the string tight in binding.
- ফিটাপেলুphi.ta.pe.luCommon Noun
A tape or ribbon type parasite that find hosts in human beings and other vertebrates.
- ফিট্কিৰীphiṭkirīNoun
স্বাভাবিকতে হোবা এবিধ খাৰ আৰু টেঙা গুণ থকা পদাৰ্থ [পানী নিৰ্ম্মল কৰাত, কাপোৰ বোলোবাত আৰু অনেক কামত ব্যবহাৰ হয়।]
alum
- ফিডেল কাষ্ট্ৰোphi.del kas.tro`Proper Noun
কিউবাৰ বিপ্লবী ৰাজনীতিবিদ আৰু একনায়ক৷ ৪৭(১৯৫৯-২০০৬) বছৰ যুৰি কিউবাৰ সৰ্বাধিনায়ক আছিল৷ ২০১৬ চনত মৃত্যু বৰণ কৰে৷
Fidel Alejandro Castro Ruz was a Cuban politician and revolutionary who governed the Republic of Cuba for 47 years as Prime Minister from 1959 to 1976 and then as President from 1976 to 2006.
- ফিতাphitāNoun
কাপোৰৰ নিচিনাকৈ বোবা চেপেটা জৰী
a tape; a ribbon
- ফিতাহিphitāhiNoun
নিজক ডাঙৰ দেখুওবা কাৰ্য্য; ভেম; অহঙ্কাৰ প্ৰকাশ; ফুটনি
show of greatness or pride; vanity
- ফিতাহি মাৰ্
ফুটনি কৰ্; বৰ কথা ক; গণ্ডপ মাৰ্
to boast
- ফিতাহীphi.ta.hiAbstract Noun
মইবৰ ভাৱ বা অতিমাত্ৰা আত্মগৌৰৱ।
Aggressively assertive or overbearingly confident.
- ফিতৌAbstract Noun
নিজক ডাঙৰ দেখুৱাবলৈ কৰা কাৰ্য্য ।
showy display which is intended to impress.
- ফিনলেণ্ডphin.lendProper Noun
উত্তৰ ইউৰোপৰ এখন দেশ।
Finland, officially the Republic of Finland, is a Nordic country in Northern Europe bordered by Sweden to the west, Norway to the north and Russia to the east; Estonia lies to the south across the Gulf of Finland.
- ফিনাইল এলানিনNoun
ফিনাইল এলানিন
ফিনাইল এলানিন
- ফিনাইল মূলকNoun
ফিনাইল মূলক
ফিনাইল মূলক
- ফিনাইলিন ডাইএমাইনNoun
ফিনাইলিন ডাইএমাইন
ফিনাইলিন ডাইএমাইন
- ফিনিক্সphi.niksCommon Noun
গ্ৰীক উপখ্যানত বৰ্ণিত চৰাই ৷ জ্বলি জ্বলি মৃত্যু হোৱা চৰাইজনী ছাইৰ পৰা পুনৰ জন্মলাভ কৰে৷ ৷ দেশ সংস্কৃতি ভেদে কাহিনীটো বেলেগ বেলেগ ৷
In Greek mythology, a phoenix or phenix is a long-lived bird that is cyclically regenerated or reborn. Associated with the sun, a phoenix obtains new life by arising from the ashes of its predecessor. The phoenix was subsequently adopted as a symbol in Early Christianity.
- ফিন্দ খা
ওফন্দ্; ওফন্দি টন্টনীয়া হ
to be inflated or swollen
- ফিন্দাTransitive verb
ওফন্দা; টনটন কৰ্
to cause to swell or inflate; to make tight; to gird up
- ফিন্দ্phindIntransitive verb
ওফন্দ্
to swell; to be inflated