ফিটফাট
phit.phat
অৰ্থ
1.
দেখাত পৰিষ্কাৰ আৰু সজীৱ
neat and smart in appearance
প্ৰকৃত বিশেষণ
সমাৰ্থক শব্দ
2.
পৰিপাটি আৰু শৰীৰত খাপ খাই পৰাকৈ সুন্দৰ পোছাক পৰিধান কৰা
attired in clean clothing of good quality, properly fitted and appropriate
প্ৰকৃত বিশেষণ
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ